কাবুলৰ বিদ্যালয়ত সন্ত্রাসবাদীৰ বোমা বিস্ফোৰণ, শিক্ষার্থীসহ নিহত ৫৮
নিয়মীয়া বাৰ্তা, ১০ মে: সংঘর্ষজর্জৰ মধ্য এছিয়াৰ ৰাষ্ট্র আফগানিস্তানৰ ৰাজধানী কাবুলৰ এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত কালি সংঘটিত এলানি বিস্ফোৰণত কমপক্ষেও ৫৮গৰাকী লোক নিহত হৈছে৷ বিদ্যালয়খনৰ প্রাসাদৰ পৰা শিক্ষার্থীসকল বাহিৰলৈ ওলাবলৈ লোৱাৰ সময়তে এই বিস্ফোৰণকেইটা সংঘটিত হৈছে৷ নিহত লোকসকলৰ গৰিষ্ঠসংখ্যকেই ছাত্রী বুলি স্থানীয় সংবাদ মাধ্যমে সদৰী কৰিছে৷…
Read More...