চীনত অভাৱনীয়ভাৱে নিম্নগামী জনসংখ্যা বৃদ্ধিৰ হাৰ
নিয়মীয়া বাৰ্তা ১২ মেঃ বিগত কেইবাদশক ধৰি চীনত জনসংখ্যা বৃদ্ধিৰ হাৰ অতি লেহেমীয়া গতিত চলি আছে৷ যোৱা দশকটোত দেশখনত মাত্র ৭২ নিযুত জনসংখ্যা বৃদ্ধি পাইছে৷ দেশখনৰ বর্তমান জনসংখ্যা হৈছে ১৪১ কোটি৷ আজি প্রকাশ পাইছে দেশখনৰ লোকপিয়লৰ শেহতীয়া তথ্য৷ বিগত এটা দশকতকৈ অধিক কাল ধৰি বার্ষিক জনসংখ্যা বৃদ্ধিৰ হাৰ হৈছে ০.৫৩ শতাংশ৷ ইয়াৰ পূর্বৰ দশকটোত দেশখনত জনসংখ্যা…
Read More...