নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

দেশ বিদেশ

‘নিপিন্ধো মাস্ক, বেছিকৈ চুমাহে খাম, কি কৰিব?’- ৰাজপথত মহিলাৰ কথা শুনি অবাক আৰক্ষী

নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিলঃ দেশত ক'ৰোনাৰ ভয়াৱহ সংক্ৰমণক লৈ প্ৰশাসনৰ ফালৰ পৰা দেশজুৰি চলি থকা সতৰ্ক অভিযানৰ মাজতে ৰাজধানী দিল্লীত ঘটিল এক আজব ঘটনা। আজব এই কাৰণে যে এটি দম্পতীয়ে দেশত সহস্ৰৰ ঘৰত ক'ৰোনাৰ কাৰণে মানুহৰ মৃত্যু হৈ থকাৰ পিছতো ক'ৰোনাক মিছা বুলি প্ৰকাশ কৰাৰ লগতে আৰক্ষী প্ৰশাসনৰ সৈতে তৰ্কযুদ্ধত লিপ্ত হয়। দিল্লীৰ ৰাজপথত আৰক্ষীয়ে ক'ভিড নিৰ্দেশনা…
Read More...

১ মে’ৰ পৰা ক’ৰোনা ভেকচিন ল’ব পাৰিব এওঁলোকেও

নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিলঃ অহা ১ মে'ৰ পৰা হ'বলগীয়া ক'ৰোনা ভেকচিনেচনৰ তৃতীয় পৰ্যায়ত ১৮ বছৰৰ ঊৰ্ধ্বৰ সকলো ভাৰতীয়ই ল'ব…

ক’ৰোনাত আক্ৰান্ত ড০ মনমোহন সিং, আৰোগ্য কামনা ড০ হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিলঃ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিং আক্ৰান্ত হৈছে ক'ৰোনাত। ৮৯ বছৰীয়া প্ৰাক্তন…

‘নাভালনিৰ মৃত্যু হ’লে পৰিণাম ভুঞ্জিব লাগিব ৰাছিয়াই’, আমেৰিকাৰ…

নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিলঃ ৰাছিয়াৰ জনপ্ৰিয় বিৰোধী নেতা এলেক্সি নাভালনিৰ স্বাস্থ্যৰ বিষয়ে ভাল খবৰ পোৱাৰ আশা নাই…

‘মই নিজেই মৰিম, কিন্তু তাক মৰিবলৈ নিদিও’

পৰিয়ালৰ লোকৰ বাবেই নহয়, প্রশাসনৰ বাবেও দুঃস্বপ্ন হৈ উঠিছে মাৰাত্মক ভাইৰাছ কভিড-১৯।ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰত মৃত্যুৰ…

ভাৰতত এদিনত ২,৭৩,৮১০গৰাকী সংক্ৰমিত, দিল্লীত আজিৰ পৰা লকডাউন

নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিলঃ ভাৰতত ক'ৰোনা ভাইৰাছৰ সংক্ৰমণে নতুন অভিলেখ সৃষ্টি কৰিছে। এদিনত ২,৭৩,৮১০গৰাকী লোক এই…

মাওবাদী হিদমাৰ মূৰৰ মূল্য ৭ লাখ ঘোষণা নিয়াৰ

ঃনিয়মীয়া বাৰ্তা ১৯ এপ্ৰিলঃ ছত্তিশগড়ত শেহতীয়াকৈ নিৰাপত্তা বাহিনীৰ বিৰুদ্ধে চলোৱা আক্রমণত ২২গৰাকীকৈ জোৱান শ্বহীদ…

ইউৰোপত ক’ভিডৰ সংক্রমণৰ পঞ্চম জোৱাৰ

নিয়মীয়া বাৰ্তা ১৯ এপ্ৰিলঃ বিশ্বজুৰি ক’ভিড–১৯ মহামাৰীত প্রাণ হেৰুওৱা লোকৰ সংখ্যাই ৩০ লাখ অতিক্রম কৰিছে৷ আমেৰিকাৰ জনছ…

উভতি আহিল ক’ভিডসৃষ্ট ভয়ংকৰ দিনবোৰঃ বাৰাণসীত গংগাৰ পাৰত শাৰী শাৰী চিতা

নিয়মীয়া বাৰ্তা ১৯ এপ্ৰিলঃ মহামাৰী ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰে দেশৰ কেইবাখনো ৰাজ্যত অবর্ণনীয় পৰিস্থিতি সৃষ্টি কৰিছে৷…

ক’ৰোনাঃ পশ্চিমবংগত ৩ দিনত ৪ প্ৰাৰ্থী তথা বিধায়কৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ১৮ এপ্ৰিলঃ এতিয়া চাৰিওফালে ক'ৰোনাৰ আতংক। কলকাতাৰ বিধানসভা নিৰ্বাচনৰ তুমুল প্ৰচাৰৰ মাজতে ক'ৰোনাৰ…