৯৮ বছৰ বয়সতো পথত ছানা বিক্রী বিজয়পাল সিঙৰ
নিয়মীয়া বাৰ্তা ৬ মাৰ্চঃ উত্তৰ প্রদেশৰ ৰাজধানী লক্ষ্ণৌৰ পৰা মাত্র ৭৯ কিলোমিটাৰ নিলগত ৰায়বেৰেলীত ৯৮ বছৰীয়া বৃদ্ধ বিজয়পাল সিঙে ছানা বিক্রী কৰি জীৱন নির্বাহ কৰা এটি ভিডি’ই ছ’চিয়েল মিডিয়াত আলোড়ন তুলিছে৷ বয়সৰ সৈতে হাৰ নামানি ৰায়বেৰেলীৰ গাঁৱৰ পদপথত ছানা বিক্রী কৰি জীৱন নির্বাহ কৰা ৯৮ বছৰীয়া বিজয়পাল সিঙক জিলা প্রশাসনে বিশেষ সন্মানেৰে স্বীকৃতি প্রদান কৰিছে৷…
Read More...