৮ ডিচেম্বৰত ভাৰত বন্ধ, কৃষক মৰ্চাৰ আজিৰ বৈঠকত ল’লে ৩ সিদ্ধান্ত
নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ কৃষি আইনক লৈ দেশত চলি থকা কৃষক আন্দোলনৰ দিল্লী চলো প্ৰতিবাদৰ আজি ৯ দিন হ'ল। ইতিমধ্যে চৰকাৰৰ সৈতে চতুৰ্থবাৰৰ বাবে বৈঠক অনুষ্ঠিত হ'ল যদিও মীমাংসা এতিয়াও সুদূৰপৰাহত। কাইলৈ পুনৰ পঞ্চম বৈঠক অনুষ্ঠিত হ'ব কৃষক আৰু চৰকাৰৰ মাজত।
ইয়াৰ মাজতে আজি সংযুক্ত কৃষক মৰ্চাই আহ্বান জনাইছে ৮ ডিচেম্বৰত ভাৰত বন্ধ। সংবাদমেলত আজি কৃষক নেতাই কয়…
Read More...