পিএফআইৰ কার্যালয়সহ দেশৰ ২৬ স্থানত ইডিৰ তালাচী
নিয়মীয়া বাৰ্তা ৪ ডিচেম্বৰঃ বহু বিতর্কিত সংগঠন পপুলাৰ ফ্রণ্ট অৱ ইণ্ডিয়া (পিএফআই)ৰ বিৰুদ্ধে আর্থিক দুর্নীতিৰ গোচৰৰ তদন্তত কঠোৰ হৈছে এনফ’চমেণ্ট ডাইৰেক্টৰেট চমুকৈ ইডি৷ ২০১৮ চনৰে পৰা আর্থিক দুর্নীতি প্রতিৰোধ আইন (পিএমএলএ)ৰ অধীনত তদন্ত অব্যাহত ৰখা ইডিয়ে আজি পিএফআইৰ অধ্যক্ষ অ’ এম আব্দুল চালাম আৰু ৰাষ্ট্রীয় সম্পাদক নাছাৰুদ্দিন এলামাৰমৰ কার্যালয়সহ দেশৰ কমেও…
Read More...