নেচনেল বুক ট্রাষ্টত ২ পদ মুকলি: ১৪ অক্টোবৰত অনুষ্ঠিত হ’ব সাক্ষাৎকাৰ
ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্রালয়ৰ অধীনত পৰিচালিত নতুন দিল্লীস্থিত নেচনেল বুক ট্রাষ্ট, ইণ্ডিয়া(National Book Trust, India)ত খালী হৈছে ২ পদ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি এনবিটি, ইণ্ডিয়া(NBT, India)ই এক বিস্তৃত নিয়োগ বিজ্ঞাপন সংবাদ–পত্রত প্রকাশ কৰিছে৷
প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি,Young Professionalৰ ১ পদত আৰুConsultant…
Read More...