গুৱাহাটী উচ্চ ন্যায়ালয়ত ২২ পদ খালী
গুৱাহাটী উচ্চ ন্যায়ালয়ত খালী হৈছে ২২ পদ৷ পদকেইটা গ্রেড–৩ পর্যায়ৰ৷ মুঠ পদ ২২টাৰ ভিতৰত অসংৰক্ষিত ১৩টা, এছ চিৰ ৪টা, এছ টি–পিৰ ৩টা আৰু এছ টি–এইচৰ ২টা৷
ইতিমধ্যে এই বিষয়ে এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰি ন্যায়ালয়ৰ পঞ্জীয়কে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰিছে৷ দৰমহাৰ নিৰিখ ২৭,৭০০–৭৭০/৩৩,০৯০–৯২০/৪০, ৪৫০–১০৮০/৪৪, ৭৭০টকা৷ আবেদন মাচুল হিচাপে এছ চি আৰু…
Read More...