বান্দৰদেৱাত জব্দ এক ট্ৰাক পাঞ্জাববডী অৰুণাচলী সুৰা
নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ লখিমপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী বান্দৰদেৱা ২নং পাৰ্ৱতীপুৰ আৰক্ষী চকীৰ অন্তৰ্গত পথালিপাহাৰ টোলগেটৰ সমীপত এখন ট্ৰাকসহ বহু লাখ টকাৰ অৰুনাচলী সুৰা জব্দ কৰে৷ বান্দৰদেৱাৰ ২নং পাৰ্ৱতীপুৰ আৰক্ষী চকীৰ বিষয়া হেমন্ত কোঁৱৰৰ নেতৃত্বত আৰক্ষী দলে পথালি পাহাৰৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ পথালি পাহাৰৰ টোল গেটৰ পৰা বৃহৎ পৰিমাণৰ অৰুণাচলী…
Read More...