কান্ধত বন্দুক লৈ পৰীক্ষাৰ প্রস্তুতি ছাত্রৰ
🔹 অগ্নিগর্ভ মণিপুৰৰ ঘটনাৰ ভিডিঅ’ ভাইৰেল
বিশেষ বাৰ্তা, ২৪ ফেব্রুৱাৰী : মণিপুৰত গোষ্ঠী সংঘর্ষৰ আতংক এতিয়াও হ্রাস পোৱা নাই৷ কুকি আৰু মেইটেই সম্প্রদায়ৰ মাজত সঘনে চলি আছে সংঘর্ষ৷ হিংসাৰ মাজতেই ৰাজ্যখনত চলিছে দ্বাদশ শ্রেণীৰ পৰীক্ষা৷ এফালে জীৱনৰ অন্যতম এক গুৰুত্বপূর্ণ অধ্যায়, আনফালে ঘৰ ৰক্ষা কৰাৰ সংগ্রাম৷ সেইবাবে এতিয়া বাংকাৰত থাকি অস্ত্র হাতত লৈয়েই…
Read More...