মৰ্মন্তুদ-শোকাৱহ : শ্বিলঙত দুৰ্ঘটনাত বৰমাৰ ছয় ব্যক্তিৰ মৃত্যু
🟥বৰমাৰ ছেইন্ট জনচ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ ফাদাৰৰ বাহন দুৰ্ঘটনাত পতিত।
🟥শ্বিলঙৰ নংপোত সংঘটিত ভয়ানক দুৰ্ঘটনাত মৃত্যু ৬জনকৈ ব্যক্তিৰ।
🟥 AS-26 B-7908 নম্বৰৰ বাহনেৰে বৰমাৰ পৰা শ্বিলঙলৈ গৈছিল ফাদাৰ সহিতে ৬জনকৈ ব্যক্তি।
🟥বিদ্যালয়খনৰ ফাদাৰ মেথিউ দাস, হেড মিষ্ট্ৰেচ মিলগ্ৰীণ ডেণ্টেচ , শিক্ষক মাইৰণ ৰেঞ্জাৰ, চিষ্টাৰ ৱৰ্কাৰ প্ৰমিলা তিৰ্কী, চিষ্টাৰ ৰ'জি…
Read More...