আকর্ষণীয় হৈ পৰিছে ত্রিপুৰাৰ নির্বাচনী পৰিৱেশ: মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ প্রচাৰ অভিযান অব্যাহত
১৩ ফেব্রুৱাৰীত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে চলাব প্রচাৰ
নিয়মীয়া বাৰ্তা, ১০ফেব্ৰুৱাৰী: অধিক আকর্ষণীয় হৈ পৰিছে ত্রিপুৰা বিধানসভাৰ নির্বাচনী পৰিৱেশ৷ বিজেপিৰ লগতে কংগ্রেছ–চিপিএম মিত্রজোঁট আৰু প্রদ্যুৎ মাণিক্য দেৱবার্মাৰ দলেও নির্বাচনত সম্পূর্ণ শক্তিৰে নামি পৰিছে৷ কার্যতঃ বিজেপি, আই পি এফ টি মিত্রজোঁট, কংগ্রেছ–চিপিএম মিত্রজোঁট আৰু…
Read More...