আজি চাৰিদিনীয়া অসম–মেঘালয় ভ্রমণসূচীৰে মোহন ভাগৱত
নিয়ৰ্মীয়া বাৰ্তা, ২৪ছেপ্টেম্বৰ: অসম–মেঘালয়ৰ চাৰিদিনীয়া ভ্রমণসূচীৰে আজি শ্বিলঙত উপস্থিত হ’ব ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘ (আৰ এছ এছ)ৰ মুৰব্বী মোহন ভাগৱত৷ সংঘৰ অসম ক্ষেত্রৰ উত্তৰ অসম প্রান্তৰ মেঘালয়ত আজি তেওঁ উপস্থিত হ’ব৷ উত্তৰ অসম প্রান্তৰ প্রচাৰপ্রমুখ কিশোৰ শিৱমে সদৰী কৰা অনুসৰি আৰ এছ এছৰ স্বৰসংঘচালক ভাগৱতে দেশৰ বিভিন্ন ৰাজ্যত কৰা নিয়মিত প্রবাহৰ এক…
Read More...