আজি নামৰূপত এম’নিয়া-ইউৰিয়া সাৰ প্রকল্পৰ ভূমিপূজন, হাপজানত লক্ষাধিক জনতাক সম্বোধন কৰিব প্রধানমন্ত্রীয়ে
আজি নাহৰকটীয়া সমষ্টিৰ বাবে এক ঐতিহাসিক দিন৷ কাৰণ প্রধানমন্ত্রী নৰেন্দ্র মোদী নামৰূপত উপস্থিত হৈ বহুপ্রত্যাশিত নতুন সাৰ প্রকল্পটোৰ ভূমিপূজন কৰিব৷ দহ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে ১২ লাখ মেট্ৰিকটন এম’নিয়া–ইউৰিয়া উৎপাদনক্ষম নতুন সাৰ প্রকল্পটোৰ শিল্যানাস উপলক্ষে নামৰূপৰ হাপজান অঞ্চলৰ প্রায় ডেৰশ বিঘা ভূমিত লক্ষাধিক দর্শক সমৱেত হ’ব পৰাকৈ সাজু কৰি তোলা হৈছে…
Read More...