চাংসাৰিত ৪৪টা গৰুসহ বাহন জব্দ, ৬টা পশুৰ মৃত্যু
নিয়মীয়া বাৰ্তা, চাংসাৰি, ৯ ডিচেম্বৰ : সমাগত বৰদিন উপলক্ষে একাংশ গো-মাফিয়া অধিক সক্ৰিয় হৈ পৰা পৰিলক্ষিত হৈছে চোৰাং গৰু সৰবৰাহত । চুবুৰীয়া ৰাজ্য মেঘালয়ত চালান দিয়াৰ অৰ্থে নামনি অসমৰ বৰপেটা, খাৰুপেটীয়াকে ধৰি বিভিন্ন অঞ্চলৰ পৰা এই চোৰাং সৰবৰাহ নিতৌ অব্যাহত ৰাখিছে এটা চক্ৰই ।
ইয়াৰ মাজতে আজি পুৱতি নিশা কামৰূপ জিলাৰ চাংসাৰি আৰক্ষীয়ে ৪৪টা গৰুসহ এখন…
Read More...