ডিব্ৰুগড়ত নৱম শ্ৰেণীৰ ৩,১০,০৩১ শিক্ষাৰ্থীলৈ চাইকেল বিতৰণৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ
বিশেষ বাৰ্তা, ডিব্ৰুগড়, ১১ ডিচেম্বৰ : 'বিগত পাঁচ বছৰত ৰাজ্যত হ্ৰাস পাইছে ছাত্র-ছাত্ৰীৰ ড্ৰপ আউটৰ সংখ্যা। ছাত্র-ছাত্ৰীৰ বাবে আমাৰ চৰকাৰে নিৰন্তৰভাৱে কাম কৰি আহিছে। প্ৰাথমিক পৰ্যায়ত ৬ শতাংশৰ পৰা ৪ শতাংশলৈ ড্ৰপ আউটৰ সংখ্যা কমাই দিছোঁ। এম ই স্কুলত ৮ শতাংশৰ পৰা ৫ শতাংশ আৰু হাইস্কুলত ২৫ শতাংশৰ পৰা ১৭ শতাংশলৈ ড্ৰপ আউটৰ সংখ্যা হ্ৰাস কৰিবলৈ সক্ষম হৈছোঁ।'-…
Read More...