লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰীৰে অপকৰ্মৰ চেষ্টা, গ্ৰেপ্তাৰ সহপাঠী বিহাৰৰ যুৱক
বিশেষ বাৰ্তা, লখিমপুৰ, ১৩ নৱেম্বৰ : লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা বিজ্ঞানত অধ্যয়নৰত এগৰাকী ছাত্ৰীৰে অপকৰ্ম চলোৱাৰ অপচেষ্টাৰ অভিযোগত মহাবিদ্যালয়খনতে অধ্যয়নৰত এজন ছাত্ৰক লীলাবাৰী আৰক্ষীয়ে আটক কৰে। যুৱকজনৰ ঘৰ বিহাৰত বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে এম বি বি এছৰ এগৰাকী ছাত্ৰীয়ে সুশীল কুমাৰ নামৰ যুৱকজনৰ বিৰুদ্ধে অপকৰ্ম চলোৱাৰ অপচেষ্টাৰ…
Read More...