অমৃতকন্ঠ জুবিন গাৰ্গৰ গীতৰ লহৰত উজলিল শুৱালকুছিৰ ৰাসস্থলী
বিশেষ বাৰ্তা, শুৱালকুছি, ১০ নৱেম্বৰ : জনপ্ৰিয় কণ্ঠশিল্পী মৰ্মিতা মিত্ৰই কালি নিশা শুৱালকুছিৰ ৰাসস্হলীত অমৃতকন্ঠ জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰি সকলোকে মুগ্ধ কৰি তোলে ৷ কালি নিশা প্ৰায় দহ বজাত শিল্পীগৰাকী মঞ্চত উঠাৰ লগে লগে জয় জুবিন দা ধ্বনিৰে উপস্থিত দৰ্শক-শ্ৰোতাই শুৱালকুছিৰ আকাশ-বতাহ মুখৰ কৰি তোলে ৷
মঞ্চত উঠাৰ সময়ত মৰ্মিতা মিত্ৰই সকলোৰে আদৰৰ শিল্পী…
Read More...