শিক্ষক দিৱসত গৰৈমাৰী আৰক্ষীৰ প্ৰশংসনীয় পদক্ষেপ : শিক্ষাগুৰুক সন্মান যাচিলে দুই আৰক্ষী বিষয়াই
নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰ : পৱিত্ৰ শিক্ষক দিৱসৰ দিনাই দুজন আৰক্ষী বিষয়াই সন্মান যাচিলে গৰৈমাৰীৰ এখন আগশাৰীৰ ব্যক্তিগত বিদ্যালয়ৰ শিক্ষাগুৰুসকলক। জ্ঞানৰ ভঁৰাল হিচাপে বিবেচনা কৰা শিক্ষাগুৰুক উৎসাহ যোগাবলৈ বিদ্যালয়ত শিক্ষক দিৱসৰ অনুষ্ঠান চলি থকাৰ সময়ত হঠাতে উপস্থিত হয় দুজনকৈ আৰক্ষী বিষয়া।
কামৰূপ জিলাৰ গৰৈমাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া…
Read More...