অসম আন্দোলনৰ অগ্ৰণী নেতা বকোৰ নৰেন বড়োৰ মৃত্যুত শোকৰ ছাঁ
"মৃত্যু চিৰন্তন সত্য"- কথাষাৰৰ সত্যতা প্ৰমাণ কৰি চিৰবিদায় মাগিলে কামৰূপ জিলাৰ বকো কালিয়াবড়ী গাঁৱৰ ৰাজাবাৰী চুবাৰ নৰেন বড়োৱে। যোৱানিশা মৃত্যুবৰণ কৰা নৰেন বড়ো আছিল অসমৰ অস্তিত্ব ৰক্ষা সংগ্ৰামৰ অগ্ৰণী নেতা। তদুপৰি বড়ো আছিল অসমৰ জাতীয় স্বাৰ্থত গঠিত অসম গণ পৰিষদৰ এগৰাকী নিষ্ঠাৱান কৰ্মী।
বৃহত্তৰ অঞ্চলটোৰ বহু অনুষ্ঠান-প্ৰতিষ্ঠানৰ গুৰি ধৰোঁতা…
Read More...