চামগুৰিত কংগ্ৰেছৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য বিধায়ক দিপ্লুৰঞ্জন শৰ্মাৰ
চামগুৰি সমষ্টিত কেবাটাও কাৰ্যসূচী লৈ উপস্থিত থাকে বিধায়ক দিপ্লুৰঞ্জন শৰ্মা। বিধায়কজনে সংবাদ মাধ্যমৰ আগত কংগ্ৰেছৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য কৰে। কংগ্ৰেছৰ আৰু ৰাইজৰ দলৰ মিত্ৰতা সন্দৰ্ভত বিধায়কজনে কয়- কংগ্ৰেছে লব জানে কিন্তু দিব নাজানে।কংগ্ৰেছত সকলো ৰাজপুত্ৰ।
অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈক পদে পদে অপমান কৰে গৌৰৱ গগৈয়ে। কংগ্ৰেছত সকলো…
Read More...