নিষিদ্ধ ড্রাগছ সেৱন কৰি বিশ্বকাপ খেলিছিল পাকিস্তানী ক্রিকেটাৰে
ডিজিটেল ডেস্ক, ২৩ এপ্রিল : নিষিদ্ধ ড্রাগ্ছ সেৱন কৰি টি–২০ বিশ্বকাপ খেলিছিল পাকিস্তানী অল ৰাউণ্ডাৰ মহম্মদ নৱাজে৷ ড’প টেষ্টত এই কথা পোহৰলৈ আহিছে৷ আন্তঃৰাষ্ট্রীয় সংবাদ মাধ্যমত প্রকাশ পোৱা বাতৰি মতে, মহম্মদ নৱাজে টি–২০ বিশ্বকাপৰ সময়ত ড্রাগ্ছ সেৱন কৰিছিল৷ বিশ্বকাপত তেওঁ ৭খন মেচ খেলিছিল৷ প্রতিযোগিতাৰ ৫টা ইনিংছত মাত্র ১৫ ৰান সংগ্রহ কৰাৰ লগতে ৭টা উইকেট দখল…
Read More...