ধোনীৰ হাতত ভাগৱত গীতা
বিশেষ বাৰ্তা, ২ জুনঃ ধোনীৰ হাতত ভাগৱত গীতা ৷ মুহূর্ততে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে এই ছবি ৷ সোমবাৰে পঞ্চমবাৰৰ বাবে আইপিএলৰ খিতাপ জয় কৰাৰ পিছত ১ জুনত চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক মহেন্দ্র সিং ধোনীয়ে মুম্বাইৰ কোকিলাবেন হাস্পতালৰ পৰা ওলাই অহাৰ সময়ত ক্রিকেটাৰগৰাকীৰ হাতত ভাগৱত গীতা দেখা গৈছিল ৷ মন কৰিবলগীয়া যে উক্ত ছবিখন নিমিষতে ভাইৰেল হৈ পৰে ৷ বহুতে…
Read More...