আইপিএলৰ ফাইনেলত চেন্নাই বনাম গুজৰাট : টিকটক লৈ অভাৱনীয় পৰিস্থিতি
বিশেষ বাৰ্তা, ২৭ মেঃ কালি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত দ্বিতীয়খন কোৱালিফায়াৰত মুম্বাই ইণ্ডিয়ানছক পৰাস্ত কৰি ফাইনেলৰ পথ প্ৰশস্ত কৰে গুজৰাটে। ইয়াৰ লগে লগে চলিত আই পি এলৰ পৰা বাহিৰ হল মুম্বাই। ইফালে কাইলৈ হব লগা ফাইনেল মেচখনত প্ৰতিদ্বন্দ্বিতা কৰিব মহেন্দ্ৰ সিং ধোনী নেতৃত্বাধীন চেন্নাই ছুপাৰ কিংছ আৰু যোৱাবাৰৰ চেম্পিয়ন হাৰ্দিক পাণ্ডিয়া…
Read More...