নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

ক্রীড়া-জগত

৫২সংখ্যক শতকেৰে শচীন-ক অতিক্রম কোহলিৰ

আন্তর্জাতিক ক্রিকেটত শচীন তেণ্ডুলকাৰৰ মুঠ শতকৰ সংখ্যা ১০০৷ ইয়াৰ ভিতৰত টেষ্টত তেওঁৰ শতক ৫১টা৷ এই পর্যন্ত ক্রিকেটৰ কোনো এটা ফর্মেটত সর্বাধিক শতকৰ গৰাকী আছিল এইগৰাকী মহান ক্রিকেটাৰ৷ সেই অভিলেখ ভংগ কৰিলে বিৰাট কোহলিয়ে৷ ৰাঁচীত এদিনীয়া আন্তর্জাতিক ক্রিকেটত ৫২সংখ্যক শতক অর্জন কৰিলে কোহলিয়ে৷ জানছেনৰ বলত ৪ মাৰি ১০২টা বলত শতক পূর্ণ কৰে তেওঁ৷ ইয়াৰ লগে লগে…
Read More...

দক্ষিণ আফ্রিকাৰে শৃংখলাৰ পিছতে ভৱিষ্যৎ নির্ণয় হ’ব ৰোহিত-কোহলিৰ

নিউজ ডেস্ক, ৩০ নৱেম্বৰ : টীম ইণ্ডিয়াৰ দুই জ্যেষ্ঠ তাৰকা ক্রিকেটাৰ বিৰাট কোহলি আৰু ৰোহিত শর্মাৰ ভৱিষ্যৎ নির্ণয় হ’ব…

ৰাঁচীত ভাৰত-দক্ষিণ আফ্ৰিকাৰ প্ৰথম এদিনীয়া, খেলপথাৰত নামিব Ro-Ko যুটি

ৰোহিত-কোহলিক আজি পুনৰ খেলপথাৰত দেখা পোৱা যাব। কিয়নো টেষ্ট শৃংখলা হেৰুৱাৰ পিছত আজি ভাৰতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে…

ভাৰত-দক্ষিণ আফ্ৰিকাৰ প্ৰথম এদিনীয়াত নতুন ৰেকৰ্ডৰ সুযোগ ৰোহিত শর্মা-ৰ

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত তিনিখন মেচৰ এদিনীয়া ছিৰিজৰ প্ৰথমখন কাইলৈ অর্থাৎ দেওবাৰ, ৩০ নৱেম্বৰত ৰাঁচীত অনুষ্ঠিত…

প্রথমবাৰলৈ ফিফা বিশ্বকাপত চেম্পিয়ন পর্তুগাল

ক্রিষ্টিয়ানো ৰ’নাল্ডোৱে কৰিব নোৱাৰা কাম কৰি দেখুৱালে দেশখনৰ ১৭ বছৰ অনূর্ধ্ব ফুটবল দলটোৱে৷ পর্তুগালৰ ১৭ বছৰ অনূর্ধ্ব…

প্রশিক্ষক পদৰ পৰা অপসাৰণ কৰা নহয় গম্ভীৰক, মন্তব্য বিচিচিআইৰ

গুৱাহাটীত সদ্যসমাপ্ত দ্বিতীয় তথা অন্তিমখন টেষ্টত লজ্জাৰ পৰাজয়ৰ পিছত টীম ইণ্ডিয়াৰ মুখ্য প্রশিক্ষক গৌতম গম্ভীৰে কৈছিল…

ডব্লিউটিচিৰ পইণ্ট তালিকাত পঞ্চম স্থানলৈ অৱনমিত ভাৰত…

নিউজ ডেস্ক, ২৭ নৱেম্বৰ : গুৱাহাটীত লজ্জাৰ পৰাজয়ৰ পিছত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাত অৱনমন হ’ল টীম…

হোৱাইট ৱাছ হৈও গাদী এৰিব নিবিচাৰে মুখ্য প্ৰশিক্ষক গম্ভীৰে! বল ঠেলিলে বিচিচিআইৰ…

ডিজিটেল ডেস্ক, ২৬ নৱেম্বৰ : ইডেনৰ টাৰ্নিং পিটচেই হওক বা গুৱাহাটীৰ স্প’ৰ্টিং পিটচ, সকলোতে ব্যৰ্থ গৌতম গম্ভীৰৰ ভাৰতীয়…

১৪ বছৰ অনূৰ্ধ্ব অসম ফুটবল দলত স্থান লাভ টিংখাঙৰ অংগদ গগৈৰ

নিয়মীয়া বাৰ্তা, টিংখাং, ২৬ নৱেম্বৰ : দুভৰিৰ যাদুৰে জগত জিনিবলৈ সাজু হৈছে ডিব্ৰুগড় জিলাৰ টিংখাঙৰ এজন ছাত্ৰ। নিজৰ…

দক্ষিণ আফ্ৰিকাৰে টেষ্ট শৃংখলা হেৰুৱালে ভাৰতীয় দলে

গুৱাহাটীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল টেষ্ট মেচ। আৰু সেই টেষ্টখনত ঘৰুৱা দৰ্শকক নিৰাশ কৰি লজ্জাৰ বেটিং প্ৰদৰ্শনেৰে…