ৰাষ্ট্ৰীয় কাৰাটেত পদকপ্ৰাপ্ত তিতাবৰৰ তৃষ্ণা পায়েঙক বিপুল সম্বৰ্ধনা
নিয়মীয়া বাৰ্তা, তিতাবৰ, ৫ ডিচেম্বৰ : ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰি সমগ্ৰ তিতাবৰলৈ গৌৰৱ কঢ়িয়াই অনা তৃষ্ণা পায়েঙক আজি গৃহভূমি বালিজান মিচিং গাঁৱত বিপুল সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
সমাজকৰ্মী দিনাৰাম পায়েঙৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত ৱাৰ্ড সদস্য অঞ্জলি বৰা শইকীয়া, ৰঞ্জিত নৰহ, বালিজান কাৰাটে একাডেমীৰ সভাপতি…
Read More...