টি–২০ বিশ্বকাপৰ সূচী ঘোষণা, ১৫ ফেব্রুৱাৰীত ভাৰত-পাকৰ মহাৰণ
নিউজ ডেস্ক, ২৬ নৱেম্বৰ : দীর্ঘদিনীয়া অপেক্ষাৰ অন্ত৷ অহা বর্ষত হ’বলগীয়া টি–২০ বিশ্বকাপৰ সূচী ঘোষণা কৰিলে আইচিচিয়ে৷ ২০২৬ বর্ষৰ ৭ ফেব্রুৱাৰীৰ পৰা প্রতিযোগিতাখন আৰম্ভ হ’ব৷ ৮ মার্চত ফাইনেল মেচখন খেলোৱা হ’ব৷ ডিফেণ্ডিং চেম্পিয়ন ভাৰতে ৭ ফেব্রুৱাৰীত আমেৰিকাৰ বিপক্ষে খেলি প্রতিযোগিতাখনত অভিযান আৰম্ভ কৰিব৷
ইপিনে, বিশ্ববাসীৰ বহু প্রতীক্ষিত ভাৰত-পাকিস্তানৰ…
Read More...