বৃক্ক বিকলৰ আয়ুর্বেদিক চিকিৎসা
ডাঃ অনুপ বৈশ্য
বিশ্বৰ জনসংখ্যাৰ অধ্যয়নত দেখা পোৱা এক ভয়ংকৰ তথ্যই গোটেই বিশ্বৰ চিকিৎসক তথা বৌদ্ধিক মহলত এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে৷ যেতিয়া উপলব্ধ তথ্যই সকীয়াই গৈছে যে ক্রমান্বয়ে বৃক্ক বিকল হোৱা ৰোগীৰ সংখ্যা ভয়ংকৰ ৰূপত বৃদ্ধি পাবলৈ লৈছে৷ ১৯৯০ চনত বৃক্ক বিকল হৈ মৃত্যু হোৱা ৰোগীৰ সংখ্যাই ২৭নং স্থান দখল কৰিছিল আৰু ২০১০ত ই গৈ ১৮ স্থান আৰু ২০২০ত…
Read More...