দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণৰ পাছতে বটদ্ৰৱাত মুখ্যমন্ত্ৰী ড০ শৰ্মা
ডিজিটেল ডেস্ক, বটদ্ৰৱা, ১৫ মে' : দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণৰ পাছতে শুকুৰবাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। পুৱাই জাতীয় সাজ পৰিধান কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা বটদ্ৰৱা থানত উপস্থিত হয়। পোনে পোনে তেওঁ থানৰ কীৰ্তনঘৰত সেৱা লয়। কীৰ্তনঘৰৰ ভকত-বৈষ্ণৱে আশীৰ্বাদ…
Read More...