নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ধুবুৰীৰ পাঁচটা সমষ্টিত NOTA-ত ভোট পৰিল ৭,৭৩৯

পূৰ্বৰ অভিলেখ ভাঙি ধুবুৰী জিলাৰ ৫টা বিধানসভা সমষ্টিৰ সৰ্বমুঠ ৭,৭৩৯ গৰাকী ভোটাৰে এইবেলি NOTAত ভোটদান কৰিলে। ইয়াৰে, গোলকগঞ্জ বিধানসভা সমষ্টিত ১,১২০গৰাকী ভোটাৰে NOTAত ভোটদান কৰাৰ বিপৰীতে বীৰসিং জৰুৱা বিধানসভা সমষ্টিত NOTAত ভোটদান কৰিলে মুঠ…

ফকিৰগঞ্জত আৰক্ষীৰ অভিযান : সন্দেহযুক্ত হেৰ’ইনসহ ড্ৰাগছ সৰবৰাহকাৰী আটক

ফকিৰগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত ধাপনপাৰা গাঁৱত নিশা আৰক্ষীয়ে এক সফল অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে দুজন অভিযুক্তক আটক কৰিবলৈ সক্ষম হয়। ধৃত অভিযুক্ত দুজন হ'ল ইকবাল হুছেইন, গজিবৰ ৰহমান। আটক কৰা দুয়োৰে ঘৰ ফকিৰগঞ্জ থানাৰ…

তামিলনাডুত ৰাজনৈতিক ড্ৰামা : TVKক সমৰ্থনক লৈ উত্তেজনা বৃদ্ধি

তামিলনাডুৰ ৰাজনীতিত এইবাৰ এক গুৰুত্বপূৰ্ণ পৰিৱর্তন দেখা গৈছে। বিধানসভা নিৰ্বাচনত অভিনেতাৰ পৰা ৰাজনীতিবিদলৈ পৰিণত হোৱা বিজয়ৰ দল TVKয়ে ১০৮খন আসন লাভ কৰি ৰাজ্যখনৰ আটাইতকৈ ডাঙৰ দল হিচাপে আত্মপ্ৰকাশ কৰিছে। অৱশ্যে, স্পষ্ট সংখ্যাগৰিষ্ঠতাৰ বাবে…

নতুন চৰকাৰ গঠনৰ দিশে এখোজ, মুখ্যমন্ত্ৰীৰ পদত্যাগপত্ৰ দাখিল

অসমত ৰাজনৈতিক পৰিৱেশত তৎপৰতা বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি লোকভৱনত উপস্থিত হৈ ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যৰ হাতত মুখ্যমন্ত্ৰী পদৰ পদত্যাগ পত্ৰ দাখিল কৰে। এই পদক্ষেপেৰে ৰাজ্যত নতুন চৰকাৰ গঠনৰ প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে…

ড্ৰাগছ মাফিয়াৰ গুলীত গুলীবিদ্ধ হৈ গুৰুতৰ আহত আৰক্ষী জোৱান

কাছাৰৰ অসম মণিপুৰ সীমান্তত নিশা গুলী চালনা। ড্ৰাগছ মাফিয়াৰ গুলীত গুলীবিদ্ধ হৈ গুৰুতৰ আহত হৈছে এজন আৰক্ষী জোৱান। সীমান্তৰ কাছাৰৰ জিৰিঘাটৰ দিঙলাং বস্তীত সংঘটিত হৈছে ভয়ংকৰ এই ঘটনা। জানিব পৰা মতে, ড্ৰাগছ বিৰুদ্ধে অভিযান চলাবলৈ লক্ষীপুৰ সমজিলা…

ডিমৌত মাৰণাস্ত্ৰসহ দুৰ্ধৰ্ষ আলফা স্বাধীনৰ কেডাৰ গ্ৰেপ্তাৰ

ডিমৌ থানাৰ অন্তৰ্গত পালেঙী ধ্যান পথাৰত পুৱতিনিশা আৰক্ষীৰ অভিযান। জেষ্ঠ্য জিলা আৰক্ষী অধীক্ষক পাপৰি চেতিয়াৰ নেতৃত্বত তথা জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ময়দুল ইছলাম, ডিমৌ আৰক্ষী আয়ুক্ত হীৰেন কুমাৰ ডেকাসহ আৰক্ষীৰ এটা বৃহৎ দলে অভিযান…

চিৰাঙত ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা

চিৰাঙৰ ছামথাইবাৰীৰ ১২৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। প্ৰথমে কন্টেইনাৰ ট্ৰাকৰ সৈতে ট্ৰেক্টৰৰ মুখামুখি সংঘৰ্ষ। তাৰ মাজতেই তীব্ৰ গতিত অহা এখন ই-ৰিক্সাই খুন্দা মাৰে দুৰ্ঘটনাগ্ৰস্ত ট্ৰেক্টৰত। ফলত যাত্ৰী কঢ়িয়াই নিয়া…

IPL-2026 : দিল্লীক হৰুৱাই প্লেফৰ আশা সজীৱ চেন্নাইৰ

পাঁচবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছে চলিত আইপিএলৰ প্লেফত প্রৱেশৰ আশা সজীৱ কৰি তুলিছে৷ নতুন দিল্লীত অনুষ্ঠিত মেচখনত চেন্নায়ে ঘৰুৱা দল দিল্লী কেপিটেলছক ৮ উইকেটত পৰাস্ত কৰে৷ চেন্নাইৰ এয়া আছিল পঞ্চম জয়৷ দলটোৱে এতিয়ালৈকে ১০খন মেচ খেলি ১০…

সম্পাদকীয় : নতুন চৰকাৰ, নতুন প্রত্যাশা

গণতন্ত্রৰ মহোৎসৱ নির্বাচনে এটা চিৰন্তন সত্যকেই বাৰে বাৰে দোহাৰি থাকে৷ প্রতিটো নির্বাচনৰ পিছত পুৰণি দলৰেই চৰকাৰ হওক বা নতুন কোনো ৰাজনৈতিক দলৰ চৰকাৰ হওক, জনসাধাৰণে কিন্তু নতুন নতুন প্রত্যাশাৰে নতুন চৰকাৰক আদৰণি জনায়৷ জনসাধাৰণে নিজৰ ৰায় প্রদান…

আজিৰ দিনটোৰ ৰাশিফল

আজি ৬ মে’, ব’হাগ মাহৰ ২২ তাৰিখ বুধবাৰ : তিথি–কৃষ্ণ চতুর্থী, নক্ষত্র : বিশখা, যাত্রা : নাই মেষ : কর্মত উন্নতি৷ ব্যৱসায়ত মধ্যম৷ ব্যয় বৃদ্ধি৷ পূব দিশত ভ্রমণ নকৰিব৷ শুভ ৰং বেঙুনীয়া৷ শুভ সংখ্যা ২৷ বৃষ : কর্মসংস্থাপন যোগ৷ পাৰিলে শনি মন্দিৰ…