নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

গুৱাহাটীত ৰহস্যজনক কাৰণত নৱবিবাহিতাৰ মৃত্যু, স্বামীক আটক

গুৱাহাটীত সন্দেহজনক পৰিস্থিতিত এগৰাকী নৱবিবাহিতা মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি চাঞ্চল্য আৰু আতংকৰ সৃষ্টি হৈছে। মৃত মহিলাগৰাকীৰ পৰিয়ালৰ অভিযোগ অনুসাৰে, তেওঁক বিহ খুৱাই হত্যা কৰা হৈছে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। এই গুৰুতৰ অভিযোগৰ পিছতে…

প্লেটিনাম শিতানত গ্ল’বেল চি এছ আৰ বঁটাৰে সন্মানিত অইল ইণ্ডিয়া

মহাৰত্ন প্রতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডলৈ শক্তি আৰু পৰিৱেশ ফাউণ্ডেশ্যনে (ই ই এফ) প্লেটিনাম শিতানত আগবঢ়াইছে "ই ই এফ গ্ল'বেল চি এছ আৰ বঁটা ২০২৬"। প্রতিষ্ঠানটোৰ বিভিন্ন কার্যকলাপ আৰু ইয়াৰ ক্ষেত্ৰসমূহত প্ৰভাৱশালী আৰু ফলপ্রসূ চি এছ আৰ তথা সামাজিক…

আজি গো সন্মান দিৱস, লখিমপুৰত গাই লৈ সমদল

আজি দেশ জুৰি গো সন্মান দিৱস পালন কৰা হয়। গো সন্মানেৰে হিন্দু সভ্যতা সংস্কৃতি ৰক্ষা কৰিবলৈ বিভিন্ন কাৰ্য্যসূচীৰে সজাগতা সৃষ্টি কৰাৰ লগতে ৰাজ্য তথা কেন্দ্রীয় চৰকাৰক দাবী জনোৱা হয়। লখিমপুৰতো এনে কাৰ্য্য সূচী গ্ৰহণ কৰা হয়। নগৰৰ ঠাকুৰ বাৰীৰ…

বহিঃৰাজ্যত কাম কৰিবলৈ গৈ নিৰুদ্দেশ ঢকুৱাখনাৰ যুৱক

নিয়মীয়া বাৰ্তা, ঢকুৱাখনা, ২৭ এপ্ৰিল : পুনৰ বহিঃৰাজ্যত সন্ধানহীন অসমৰ যুৱক। বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ থকাৰ সময়ত ট্ৰেইনৰ পৰা ৰহস্যজনকভাৱে ঢকুৱাখনাৰ এজন যুৱক সন্ধানহীন হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। সন্ধানহীন যুৱকজন ঢকুৱাখনা থানাৰ…

ভাঙি পৰিল হাৰাং নৈৰ ফুটব্ৰিজ, কথমপি প্ৰাণৰক্ষা কেইবাজনৰ

অৱশেষত  ভাঙি পৰিল কাছাৰ জিলাৰ বৰখলা সমষ্টিৰ ৰংগৰ-ভাংগৰপাৰ সংযোগী ফুটব্ৰিজ।ইয়াৰ ফলত জনজীৱন ব্যাহত হৈ পৰিছে। দেওবাৰে নিশা হঠাৎ ৰংগৰ-ভাংগাৰপাৰ ফুটব্ৰিজ নদীত ভাঙি পৰে। ইয়াৰ ফলত ফুটব্ৰিজত থকা একাংশ লোকে নদীত জপিয়াই প্ৰাণ ৰক্ষা কৰে। দলংখন…

ধুবুৰী জিলা কংগ্ৰেছ কমিটীৰ নিলম্বনৰ নিৰ্দেশ বাতিল APCC-ৰ

সম্প্ৰতি দলবিৰোধী কাৰ্যকলাপৰ বাবে ধুবুৰী জিলা কংগ্ৰেছে দিয়া নিৰ্দেশ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে বাতিল কৰা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, APCC/Circular/274 নম্বৰৰ এক চাৰ্কুলাৰ যোগে আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটি (এপিচিচি)ৰ সাধাৰণ সম্পাদক…

IPL-ত আজি দিল্লীৰ বিৰুদ্ধে প্ৰতিশোধৰ লক্ষ্য বেংগালুৰুৰ

আজি আইপিএলত দিল্লী বনাম বেংগালুৰুৰ এক ৰোমাঞ্চকৰ মেচ অনুষ্ঠিত হ’ব। দুয়োটা দলে অৰুণ জেটলি ষ্টেডিয়ামত মুখামুখি হ’ব। এই ছিজনত দুয়োটা দলৰ মাজত এইখন দ্বিতীয় মোকাবিলা। ইয়াৰ পূৰ্বে দিল্লীয়ে বেংগালুৰুত অনুষ্ঠিত মেচখনত জয়লাভ কৰিছিল। সেয়েহে এইবাৰ…

আৱৰ্জনাৰে ভৰি থাকে নলবাৰী চহৰৰ হাজো-নলবাৰী পথ 

নলবাৰী চহৰৰ মাজমজিয়াতে আৱৰ্জনাৰে ভৰি পৰিছে। হাজো-নলবাৰী পথৰ জীৱন শিল্পী আদ্য শৰ্মা পাৰ্কৰ সন্মুখভাগ আৱৰ্জনাৰে ভৰি থাকে। তেনেদৰে চহৰৰ খনৰ সদৰ থানাৰ সন্মুখত তথা আম্বেদকাৰ চ'কত জাৱৰ-জোথৰে ভৰি থকা দেখা যায়। এই চ'কটোত নাই জাৱৰ পেলোৱা কোনো…

ফুটবল বিশ্বকাপ সন্দর্ভত ইৰানক নতুন চর্ত জাৰি আমেৰিকাৰ

ফুটবল বিশ্বকাপ সন্দর্ভত ইৰানৰ ওপৰত নতুন চর্ত জাৰি কৰিছে আমেৰিকাই৷ এই চর্ত পূৰণ হ’লেহে ইৰানৰ ফুটবল দলক আমেৰিকাত প্রৱেশৰ অনুমতি প্রদান কৰা হ’ব বুলি উল্লেখ কৰিছে মার্কিন বিদেশ সচিব মার্কো ৰোবি’ই৷ উল্লেখ্য যে আমেৰিকা, মেক্সিকো আৰু কানাডাই…

টিহুত উত্তাল পৰিস্থিতি, শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ

টিহুৰ নাথকুছিস্থিত North East Mega Food Park-ৰ অন্তৰ্গত Graintech খাদ্য প্ৰস্তুতকৰণ উদ্যোগত আজি পুৱাৰে পৰা উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈছে। উদ্যোগটোৰ শ্ৰমিকসকলৰ তীব্ৰ প্ৰতিবাদৰ ফলতেই এই পৰিস্থিতিৰ উদ্ভৱ হোৱা বুলি জানিব পৰা গৈছে। অভিযোগ…