ভাৰতীয়ই কোনোকালে পাহৰিব নোৱাৰা পেহেলগাম নৃশংস নৰহত্যাৰ এবছৰ
পাকিস্তান মদতপুষ্ট লস্কৰ-ঈ-তৈবাই যোৱা বছৰৰ ২২ এপ্ৰিলত পেহেলগামত হোৱা আক্ৰমণটো সংঘটিত কৰিছিল, য’ত ২৫জন হিন্দু পৰ্যটক আৰু এজন কাশ্মীৰী লোক নিহত হৈছিল।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে (২২ এপ্ৰিল) পাকিস্তান-সমৰ্থিত সন্ত্ৰাসবাদীৰ দ্বাৰা…