নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

টি-২০ বিশ্বকাপত প্রথম পৰাজয় টীম ইণ্ডিয়াৰ, অপ্রতিৰোধ্য ভাৰত থমকিল ছুপাৰ এইটৰ মেচত

নিউজ ডেস্ক, ২৩ ফেব্রুৱাৰী : গ্রুপ পর্যায়ত সুন্দৰ প্রদর্শনেৰে অপ্রতিৰোধ্য হৈ থকা ভাৰতীয় দলে দেওবাৰে ছুপাৰ এইটৰ প্রথমখন মেচত দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে ৭৬ ৰানত পৰাস্ত হয়৷ এয়া চলিত টি–২০ বিশ্বকাপত সূর্য বাহিনীৰ প্রথম পৰাজয়৷ ভাৰতীয় দলটোৱে দক্ষিণ…

সম্পাদকীয় : এ কিউ আই

সম্প্রতি সর্বত্র উচ্চাৰিত একিউআই হ’ল বায়ুৰ গুণমান সূচক৷ বায়ুত দূষিত পদার্থ বা কণাৰ উপস্থিতি বুজাবলৈ এই সূচক ব্যৱহাৰ কৰা হয়৷ বায়ুৰ গুণমান সূচক আঠটা প্রদূষকৰ দ্বাৰা বুজোৱা হয়৷ এইকেইটা হ’ল pm10, pm 2.5, No2, So2, Co, O3,NH আৰুpb৷ ভাৰতৰ…

২৩ ফেব্ৰুৱাৰী : আজিৰ দিনটোৰ ৰাশিফল

আজি ২৩ ফেব্রুৱাৰী, ফাগুন মাহৰ ১০ তাৰিখ সোমবাৰ : তিথি– শুক্লা ষষ্ঠী, নক্ষত্র : ভৰণী, যাত্রা : নাই মেষ : মজলীয়া ফল৷ বাঞ্ছিত কর্মত কিছু অগ্রগতি৷ ভাই–ভনীৰ পৰা মনত কষ্ট পোৱাৰ সম্ভাৱনা৷ বাকী বিষয়ত ভালেই৷ দূৰ ভ্রমণ স্থগিত ৰাখক৷ শুভ ৰং নীলা, শুভ…

মন্দিৰাত আৰক্ষীৰ জালত গো-ধন সৰবৰাহকাৰী, ১২টাকৈ চোৰাং গৰু জব্দ

কামৰূপৰ মন্দিৰা আৰক্ষী চকীৰ এটা আৰক্ষীৰ দলে আজি চোৰাং গৰুৰ বিৰুদ্ধে এক অতৰ্কিত অভিযান চলায় | অভিযানত দিন-দুপৰতে আৰক্ষীয়ে জব্দ কৰে ১২টাকৈ চোৰাং গৰু। লগতে চাৰিজনকৈ সৰবৰাহকাৰীকো আটক কৰে আৰক্ষীয়ে ৷ নগৰবেৰাৰ হেকৰা দলাগাঁৱৰ পৰা আৰক্ষীয়ে জব্দ কৰে…

বিজেপিলৈ ভূপেন বৰাক আদৰণি জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

ডিজিটেল ডেস্ক, ২২ ফেব্ৰুৱাৰী : দীৰ্ঘদিনৰ চৰ্চাৰ অন্ত পেলাই অৱশেষত কংগ্ৰেছ ত্যাগ কৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই পিন্ধিলে গেৰুৱা বসন। প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন বিধায়ক ভূপেন বৰা আজি পুৱা উপস্থিত হয় বাজপেয়ী…

প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ মৃত্যুত আজুৰ শোক প্ৰকাশ

অসমৰ সংবাদ ক্ষেত্ৰৰ এগৰাকী প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ মৃত্যুত সদৌ অসম সাংবাদিক সন্থাৰ তৰফৰ পৰা গভীৰ শোক প্ৰকাশ কৰাৰ লগতে প্ৰথিতযশা সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ মৃত্যু সংবাদ জগতৰ বাবে এক অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰে।…

হার্দিকৰ মেচ ফীতকৈও দাম বেছি প্রেমিকাই পৰিধান কৰা পোছাকৰ

নিউজ ডেস্ক, ২২ ফেব্রুৱাৰী : টীম ইণ্ডিয়াৰ অন্যতম শ্রেষ্ঠ অলৰাউণ্ডাৰ৷ বহুতে তেওঁক ভাৰতীয় দলটোৰ ‘ফেশ্বন আইকন’ বুলি কয়৷ হার্দিক পাণ্ডিয়াৰ চুলিৰ ষ্টাহল, টেটু বা হীৰা ষ্টাডেড কাণফুলিৰ বিষয়ে বিশেষ আলোচনা হোৱা নাই৷ এইবাৰ ‘হার্টথ্র’ব’ মাহিকা শর্মাক…

তবলা–হাৰমণিয়ামসহ ৫ শতাধিক বাদ্যযন্ত্র জ্বলালে তালিবান চৰকাৰে

নিউজ ডেস্ক, ২২ ফেব্রুৱাৰী : আফগানিস্তানত সংগীত নিষিদ্ধ কৰিলে তালিবান চৰকাৰে৷ পৰবন প্রদেশৰ প্রশাসনে আয়োজন কৰা এক ভব্য অনুষ্ঠানৰ সময়তে পাঁচ শতাধিক বাদ্যযন্ত্র জব্দ কৰি জ্বলাই দিলে চৰকাৰী কর্তৃপক্ষই৷ কান্ধত বন্দুক লৈ অহা মাক্স পৰিহিত তালিবানী…

প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ দেহাৱসানত আপকুৰ শোক প্ৰকাশ

অসমৰ সাংবাদিকতা জগতৰ অন্যতম পথিকৃৎ, বিশিষ্ট বুদ্ধিজীৱী, কেইবাখনো আগশাৰীৰ কাকতৰ সম্পাদক হিচাপে এক দীঘলীয়া সময় কাৰ্যনিৰ্বাহ কৰা ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ বিয়োগত অসমৰ মফচলীয় সাংবাদিকসকলৰ সংগ্ৰামী মঞ্চ 'আছাম প্ৰেছ কৰেছপণ্ডেণ্টছ ইউনিয়ন'…

ভাৰতে ইচ্ছা কৰিলে কাঢ়ি ল’ব পাৰে পিঅ’কে, পাকিস্তানী সেনাক ট্রল কৰিলে নিজৰ দেশৰে যুৱতীয়ে

নিউজ ডেস্ক, ২২ ফেব্রুৱাৰী : ভাৰত এখন বিশাল দেশ৷ পাকিস্তানে ভাৰতৰ লগত যুদ্ধত অৱতীর্ণ হ’লে নিজৰেই ধ্বংস অনিবার্য৷ ভাৰতে যেতিয়াই বিচাৰে তেতিয়াই পাক অধ্যুষিত কাশ্মীৰ কাঢ়ি ল’ব পাৰে৷ –এইদৰেই পাকিস্তানৰ এগৰাকী যুৱতীয়ে ছ’চিয়েল মিডিয়াত পাক সেনাক কৰা…