নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ দেহাৱসানত আপকুৰ শোক প্ৰকাশ

অসমৰ সাংবাদিকতা জগতৰ অন্যতম পথিকৃৎ, বিশিষ্ট বুদ্ধিজীৱী, কেইবাখনো আগশাৰীৰ কাকতৰ সম্পাদক হিচাপে এক দীঘলীয়া সময় কাৰ্যনিৰ্বাহ কৰা ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ বিয়োগত অসমৰ মফচলীয় সাংবাদিকসকলৰ সংগ্ৰামী মঞ্চ 'আছাম প্ৰেছ কৰেছপণ্ডেণ্টছ ইউনিয়ন'…

ভাৰতে ইচ্ছা কৰিলে কাঢ়ি ল’ব পাৰে পিঅ’কে, পাকিস্তানী সেনাক ট্রল কৰিলে নিজৰ দেশৰে যুৱতীয়ে

নিউজ ডেস্ক, ২২ ফেব্রুৱাৰী : ভাৰত এখন বিশাল দেশ৷ পাকিস্তানে ভাৰতৰ লগত যুদ্ধত অৱতীর্ণ হ’লে নিজৰেই ধ্বংস অনিবার্য৷ ভাৰতে যেতিয়াই বিচাৰে তেতিয়াই পাক অধ্যুষিত কাশ্মীৰ কাঢ়ি ল’ব পাৰে৷ –এইদৰেই পাকিস্তানৰ এগৰাকী যুৱতীয়ে ছ’চিয়েল মিডিয়াত পাক সেনাক কৰা…

কৃষিখণ্ডত অভূতপূর্ব পৰিৱর্তন সাধিব কৃত্রিম বুদ্ধিমত্তাই

নিউজ ডেস্ক, ২২ ফেব্রুৱাৰী : কৃত্রিম বুদ্ধিমত্তাৰ ক্ষেত্রত দ্রুতগতিত অগ্রসৰ হৈছে ভাৰত৷ ষ্টেণ্ডফ’ৰ্ড বিশ্ববিদ্যালয়ৰ গ্ল’বেল এআই ভাইব্রেণ্ট টুল ২০২৫ প্রতিযোগিতাত ভাৰতৰ স্থান তৃতীয়৷ ২০১৭ৰ পৰা ২০২৪ৰ সময়ছোৱাত গৱেষণা, উদ্ভাৱন, দক্ষ কর্মশক্তি,…

দিল্লীসহ দেশৰ একাধিক চহৰত ভয়াৱহ আক্রমণৰ পৰিকল্পনা লস্কৰৰ

নিউজ ডেস্ক, ২২ ফেব্রুৱাৰী : দিল্লীসহ দেশৰ একাধিক বৃহৎ চহৰত আইইডি বিস্ফোৰণেৰে ভয়াৱহ আক্রমণৰ পৰিকল্পনা কৰিছে পাকিস্তানী সন্ত্রাসবাদী গোট লস্কৰ-ই-তৈবাই৷- এই সতর্কবাণী জাৰি কৰিছে দেশৰ চোৰাংচোৱা সংস্থাই৷ ইফালে, চোৰাংচোৱা সংস্থাৰ সতর্কবাণীৰ পিছত…

ফ্রান্সৰ পৰা লেজাৰ অস্ত্র ‘হেলমা’ ক্রয় কৰিব ভাৰতে

নিউজ ডেস্ক, ২২ ফেব্রুৱাৰী : প্রতিৰক্ষা মন্ত্রালয়ে ভাৰতীয় স্থলসেনা আৰু বায়ুসেনাৰ বাবে নতুন ড্রোন ধ্বংসকাৰী লেজাৰ অস্ত্র ক্রয়ৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ ইতিমধ্যে ফ্রান্সৰ চিলাচৰ সৈতে ‘হেলমা পি’ নামৰ বহুমুখী ড্রোনবিৰোধী অস্ত্র ক্রয়ৰ বাবে চুক্তি…

বিজেপিত যোগ দিলে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই

ডিজিটেল ডেস্ক, ২২ ফেব্ৰুৱাৰী : অসম বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ৰাজ্যৰ প্ৰতিটো দলে নিৰ্বাচনী কুচকাৱাজ অব্যাহত ৰখাৰ সময়তে ৰাজ্যৰ ৰাজনীতিত জোকাৰণিৰ সৃষ্টি কৰি শেহতীয়াকৈ কংগ্ৰেছ দল ত্যাগ কৰে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি…

বিশ্বকাপৰ ছুপাৰ এইটৰ মেচত আজি টীম ইণ্ডিয়াৰ সন্মুখত দক্ষিণ আফ্রিকা

নিউজ ডেস্ক, ২২ ফেব্রুৱাৰী : ৰানার্ছআপ দক্ষিণ আফ্রিকাৰ বিপক্ষে খেলি চলিত টি–২০ বিশ্বকাপৰ ছুপাৰ এইটত অভিযান আৰম্ভ কৰিব ডিফেণ্ডিং চেম্পিয়ন টীম ইণ্ডিয়াই৷ আজি আহমেদাবাদত ভাৰত আৰু দক্ষিণ আফ্রিকাৰ মাজৰ ছুপাৰ এইটৰ মেচখন অনুষ্ঠিত হ’ব৷ এই…

প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী আৰু নাই…

ডিজিটেল ডেস্ক, ২২ ফেব্ৰুৱাৰী : প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী আৰু নাই। অসমৰ সংবাদ জগতৰ পিতামহস্বৰূপ প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে আজি পুৱা ৭.৩৫ বজাত ৯৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। শেহতীয়াকৈ প্ৰবীণ সাংবাদিকগৰাকীক…

২২ ফেব্ৰুৱাৰী : আজিৰ দিনটোৰ ৰাশিফল

আজি ২২ ফেব্রুৱাৰী, ফাগুন মাহৰ ৯ তাৰিখ দেওবাৰ : তিথি– শুক্লা পঞ্চমী, নক্ষত্র : অশ্বিনী, যাত্রা : শুভ মেষ : আর্থিক দিশত বেছি বাধা নাপাব৷ দৈহিক দিশত বিষ–বেদনা থাকিব৷ প্রেম–প্রণয়ত সাৱধান৷ বৃষ : কর্মক্ষেত্রতো সৰু-সুৰা বাধা আহিব পাৰে। দিনটোত…

শালবাৰীবাসীলৈ সুখবৰ : ​উধিয়াগুৰিত হস্ততাঁত শিল্পৰ উৎপাদন তথা বিপণন কেন্দ্ৰৰ আধাৰশিলা স্থাপন

ৰাজ্য তথা বিটিচিৰ থলুৱা শিল্পক এক নতুন মাত্ৰা প্ৰদান কৰাৰ লক্ষ্যৰে আজি বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত উধিয়াগুৰিত এটা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ শুভাৰম্ভ কৰা হয়। অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ উদ্যোগত অঞ্চলটোৰ শিপিনী আৰু হস্তশিল্পীসকলক…