নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

দিল্লীসহ দেশৰ একাধিক চহৰত ভয়াৱহ আক্রমণৰ পৰিকল্পনা লস্কৰৰ

নিউজ ডেস্ক, ২২ ফেব্রুৱাৰী : দিল্লীসহ দেশৰ একাধিক বৃহৎ চহৰত আইইডি বিস্ফোৰণেৰে ভয়াৱহ আক্রমণৰ পৰিকল্পনা কৰিছে পাকিস্তানী সন্ত্রাসবাদী গোট লস্কৰ-ই-তৈবাই৷- এই সতর্কবাণী জাৰি কৰিছে দেশৰ চোৰাংচোৱা সংস্থাই৷ ইফালে, চোৰাংচোৱা সংস্থাৰ সতর্কবাণীৰ পিছত…

ফ্রান্সৰ পৰা লেজাৰ অস্ত্র ‘হেলমা’ ক্রয় কৰিব ভাৰতে

নিউজ ডেস্ক, ২২ ফেব্রুৱাৰী : প্রতিৰক্ষা মন্ত্রালয়ে ভাৰতীয় স্থলসেনা আৰু বায়ুসেনাৰ বাবে নতুন ড্রোন ধ্বংসকাৰী লেজাৰ অস্ত্র ক্রয়ৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ ইতিমধ্যে ফ্রান্সৰ চিলাচৰ সৈতে ‘হেলমা পি’ নামৰ বহুমুখী ড্রোনবিৰোধী অস্ত্র ক্রয়ৰ বাবে চুক্তি…

বিজেপিত যোগ দিলে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই

ডিজিটেল ডেস্ক, ২২ ফেব্ৰুৱাৰী : অসম বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ৰাজ্যৰ প্ৰতিটো দলে নিৰ্বাচনী কুচকাৱাজ অব্যাহত ৰখাৰ সময়তে ৰাজ্যৰ ৰাজনীতিত জোকাৰণিৰ সৃষ্টি কৰি শেহতীয়াকৈ কংগ্ৰেছ দল ত্যাগ কৰে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি…

বিশ্বকাপৰ ছুপাৰ এইটৰ মেচত আজি টীম ইণ্ডিয়াৰ সন্মুখত দক্ষিণ আফ্রিকা

নিউজ ডেস্ক, ২২ ফেব্রুৱাৰী : ৰানার্ছআপ দক্ষিণ আফ্রিকাৰ বিপক্ষে খেলি চলিত টি–২০ বিশ্বকাপৰ ছুপাৰ এইটত অভিযান আৰম্ভ কৰিব ডিফেণ্ডিং চেম্পিয়ন টীম ইণ্ডিয়াই৷ আজি আহমেদাবাদত ভাৰত আৰু দক্ষিণ আফ্রিকাৰ মাজৰ ছুপাৰ এইটৰ মেচখন অনুষ্ঠিত হ’ব৷ এই…

প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী আৰু নাই…

ডিজিটেল ডেস্ক, ২২ ফেব্ৰুৱাৰী : প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী আৰু নাই। অসমৰ সংবাদ জগতৰ পিতামহস্বৰূপ প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে আজি পুৱা ৭.৩৫ বজাত ৯৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। শেহতীয়াকৈ প্ৰবীণ সাংবাদিকগৰাকীক…

২২ ফেব্ৰুৱাৰী : আজিৰ দিনটোৰ ৰাশিফল

আজি ২২ ফেব্রুৱাৰী, ফাগুন মাহৰ ৯ তাৰিখ দেওবাৰ : তিথি– শুক্লা পঞ্চমী, নক্ষত্র : অশ্বিনী, যাত্রা : শুভ মেষ : আর্থিক দিশত বেছি বাধা নাপাব৷ দৈহিক দিশত বিষ–বেদনা থাকিব৷ প্রেম–প্রণয়ত সাৱধান৷ বৃষ : কর্মক্ষেত্রতো সৰু-সুৰা বাধা আহিব পাৰে। দিনটোত…

শালবাৰীবাসীলৈ সুখবৰ : ​উধিয়াগুৰিত হস্ততাঁত শিল্পৰ উৎপাদন তথা বিপণন কেন্দ্ৰৰ আধাৰশিলা স্থাপন

ৰাজ্য তথা বিটিচিৰ থলুৱা শিল্পক এক নতুন মাত্ৰা প্ৰদান কৰাৰ লক্ষ্যৰে আজি বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত উধিয়াগুৰিত এটা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ শুভাৰম্ভ কৰা হয়। অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ উদ্যোগত অঞ্চলটোৰ শিপিনী আৰু হস্তশিল্পীসকলক…

চাংসাৰিত অচিনাক্ত বাহনৰ খুন্দাত মৃত্যু ৰঙিয়াৰ চিকিৎসকৰ 

একপ্ৰকাৰ মৃত্যুদূতত পৰিণত হোৱা ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত দুৰ্ঘটনাই এইবাৰ প্ৰাণ কাঢ়িলে এগৰাকী চৰকাৰী চিকিৎসকৰ। অতি কৰুণভাৱে মৃত্যুক সাবটি লোৱা চিকিৎসকগৰাকী হ'ল ডা: ধ্ৰুৱজ্যোতি কলিতা (৪৬)। প্ৰাপ্ত তথ্য মতে, ৰঙিয়াৰ শান্তিপুৰৰ ৫নং ৱাৰ্ডৰ…

ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল মন্ত্ৰী কৃষ্ণেন্দু পালৰ কনভয়

শ্ৰীভূমি জিলাৰ কানিশাইল অঞ্চলত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী কৃষ্ণেন্দু পালৰ কনভয়। অলপৰ বাবে এক নিশ্চিত মৃত্যুমুখৰ পৰা প্ৰাণ ৰক্ষা পৰে মন্ত্ৰীগৰাকীৰ লগতে তেওঁৰ নিৰাপত্তাৰক্ষী আৰু কনভয়ত থকা অন্যান্য…

কাইলৈৰ পৰা গুৱাহাটীৰ নতুন টাৰ্মিনেলৰ পৰা বিমান চলাচলৰ শুভাৰম্ভ

কাইলৈৰ পৰা গুৱাহাটীত নতুনকৈ নিৰ্মাণ কৰা বিমানবন্দৰৰ টাৰ্মিনেলৰ পৰা বিমানৰ চলাচল আৰম্ভ হ’ব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভযোগে এই সুখবৰ জনায়। মুখ্যমন্ত্ৰীয়ে কয়, “উন্নয়নৰ এই যাত্ৰা অটল আৰু অবিচলভাৱে আগবাঢ়ি থাকিব।” নতুন…