নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ছিপাঝাৰত ৫ জ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ 

সমাজ জীৱনলৈ কৃতিত্ব পূৰ্ণ সেৱা আগবঢ়োৱা ছিপাঝাৰ সমষ্টিৰ বৰদৌলগুৰি অঞ্চলৰ পাঁচগৰাকী বিশিষ্ট ব্যক্তিক আজি অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ অধীনৰ জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদে বিশেষ ভাবে সম্বৰ্ধনা জ্ঞাপন কৰে। স্থানীয় ৰূপকোঁৱৰ…

তৃতীয় টি-২০ত জয়েৰে অষ্ট্ৰেলিয়াত শৃংখলা দখল হৰমনপ্ৰীত বাহিনীৰ

ভাৰতীয় মহিলা দলে তৃতীয় টি-২০ত অষ্ট্ৰেলিয়াক ১৭ ৰানৰ ব্যৱধানত পৰাস্ত কৰিছে। ইয়াৰ লগে লগে টীম ইণ্ডিয়াই তিনিখনীয়া টি২০ খেলৰ শৃংখলা ২-১ত জিকিছে। এডিলেইডত অনুষ্ঠিত তৃতীয় টি-২০ খেলত টীম ইণ্ডিয়াই প্ৰথমে বেটিং কৰি ১৭৬ ৰান কৰাৰ পিছত…

নলবাৰী ৰে’ল ষ্টেচন উন্নয়নৰ বাবে DRM-ক সাক্ষাৎ সাংসদ ফণীভূষণ চৌধুৰীৰ

বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে তেওঁৰ সংসদ এলেকাৰ অধীনত থকা অমৃত ভাৰত ৰে'ল ষ্টেচন সমুহৰ আন্তঃগাঁথনি উন্নয়ন আৰু তাত থকা  ৰে'ল ষ্টেচন তথা অন্যান্য বিভিন্ন উন্নয়নমূলক আচঁনিৰ কাম-কাজৰ সন্দৰ্ভত ৰঙিয়াস্হিত মাণ্ডলিক প্ৰৱন্ধক অনন্ত…

অসম বিধানসভাৰ বাজেট অধিৱেশন প্ৰত্যক্ষ শুৱালকুছি কলেজৰ শিক্ষাৰ্থীৰ

শিক্ষাৰ্থীসকলক সংসদীয় গণতন্ত্ৰৰ ব্যৱহাৰিক জ্ঞান আৰু বাস্তৱিক অভিজ্ঞতা প্ৰদানৰ লক্ষ্যৰে  ১৮ ফেব্ৰুৱাৰীত শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ এক বিশেষ শৈক্ষিক ভ্ৰমণসূচী সম্পন্ন হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° নিহাৰ ৰঞ্জন কলিতাৰ বিশেষ…

আমেৰিকাই আৰোপ কৰিলে ১০% গ্লোবেল টেৰিফ, ভাৰতো অন্তৰ্ভুক্ত

আমেৰিকাই তাৎক্ষণিকভাৱে ১০% গ্লোবেল টেৰিফ (শুল্ক) আৰোপ কৰিছে। হোৱাইট হাউছৰ এজন বিষয়াই নিশ্চিত কৰিছে যে নতুন কোনো আইনী ব্যৱস্থা কার্যকৰী নোহোৱা পৰ্যন্ত এই টেৰিফ বলৱৎ থাকিব। এই নতুন ব্যৱস্থাৰ অধীনত ভাৰতেও ১০% টেৰিফ পৰিশোধ কৰিবলগীয়া দেশসমূহৰ…

তেজপুৰত অস্ত্ৰসহ দুৰ্ধৰ্ষ ডকাইত ইব্ৰাহিম আলীক গ্ৰেপ্তাৰ

তেজপুৰ আৰক্ষীয়ে বিশেষ অভিযান চলাই পাঁচ মাইল চামধৰা এলেকাৰ পৰা ইব্ৰাহিম আলী নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা ইব্ৰাহিম আলী আবু তালেবৰ পুত্ৰ বুলি জানিব পৰা গৈছে। আৰক্ষীৰ তথ্য অনুসৰি, অভিযুক্তজনৰ পৰা এটা পিষ্টল, পাঁচ ৰাউণ্ড সক্ৰিয়…

কাইলৈ ছুপাৰ এইটৰ মেচত ভাৰতৰ সন্মুখত দক্ষিণ আফ্রিকা, দুই তাৰকাক লৈ চিন্তিত টীম ইণ্ডিয়া

নিউজ ডেস্ক, ২১ ফেব্রুৱাৰী : ভাৰতীয় ক্রিকেট দলে চলিত টি–২০ বিশ্বকাপৰ ছুপাৰ–৮ত প্রৱেশ কৰিছে যদিও দলটোৰ সন্মুখত আছে কঠিন প্রত্যাহ্বান৷ ছুপাৰ–৮ত টীম ইণ্ডিয়া মুখামুখি হ’ব লাগিব দক্ষিণ আফ্রিকা, ৱেষ্ট ইণ্ডিজ আৰু জিম্বাব’ৱেৰ দৰে শক্তিশালী দলৰ…

লাওখোৱা অভয়াৰণ্যত উচ্ছেদ অভিযান, প্ৰায় ৫০ বিঘা ভূমি মুকলি

লাওখোৱা অভয়াৰণ্যত আজি পুৱাৰ ভাগতেই বন বিভাগে এক বৃহৎ উচ্ছেদ অভিযান চলায়। অভয়াৰণ্যৰ পূব ফুটালজাৰ এলেকাত অবৈধ দখলমুক্ত কৰিবলৈ এই অভিযান গ্ৰহণ কৰা হয়। জানিব পৰা মতে, অভয়াৰণ্যৰ ভূমিত অবৈধভাৱে কঠীয়া লগোৱা হৈছিল। খবৰ লাভ কৰাৰ পাছতে লাওখোৱা…

দহ-পোন্ধৰ দিনৰ সময় বান্ধি দি ইৰানক সাৱধানবাণী মার্কিন ৰাষ্ট্রপতি ট্রাম্পৰ

নিউজ ডেস্ক, ২১ ফেব্রুৱাৰী : পুনৰ ইৰানৰ বিৰুদ্ধে ৰঙাচকু দেখুৱালে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ এইবাৰ পৰিস্থিতি বেয়া হোৱাৰ সাৱধানবাণী শুনাই তেহৰানক বুজাপৰালৈ আহিবলৈ আহ্বান জনায় তেওঁ৷ ইৰানে কিমান দিনৰ ভিতৰত এই বুজাপৰালৈ আহিবলৈ ৰাজী হ’ব…

কাইলৈৰ মেচৰ পূৰ্বে অভিষেকক লৈ প্ৰশিক্ষকৰ গুৰুত্বপূৰ্ণ মন্তব্য

২০২৬ টি-২০ বিশ্বকাপত অভিষেক শৰ্মা এতিয়ালৈ তিনিওটা ইনিংছতেই ‘শূন্য’ ৰানত আউট হৈছে। এই দুৰ্বল ফৰ্মৰ ফলত দলীয় পৰিচালনাই তেওঁক প্লেইং ইলেভেনৰ পৰা বাদ দিব পাৰে বুলি আলোচনা জোৰদাৰ হৈছে। ছুপাৰ-৮ পৰ্যায়ত ভাৰতৰ প্ৰথম খেলখন ২২ ফেব্ৰুৱাৰীত দক্ষিণ…