নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

অজ্ঞাত কাৰণত তিনি গাঁৱৰ অৰ্ধশতাধিক পুৰুষ-মহিলা অসুস্থ

বকোৰ তিনিখন গাঁৱৰ অৰ্ধশতাধিক পুৰুষ-মহিলা অজ্ঞাত কাৰণত অসুস্থ হৈ পৰিছে। ততাতৈয়াকৈ শিশুসহ প্ৰায় ৪৮জনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। দুজনক সংকটজনক অৱস্থাত GMCHলৈ প্ৰেৰণ কৰা হৈছে। স্থানীয় লোকে খাদ্যত বিষক্ৰিয়া হোৱাৰ সন্দেহ কৰিছে। এই ঘটনাক লৈ…

টি–২০ বিশ্বকাপৰ পিছত চাকৰি হেৰুৱাব গৌতম গম্ভীৰে !

ডিজিটেল ডেস্ক, ২৯ জানুৱাৰী : টি–২০ বিশ্বকাপৰ পিছতে টীম ইণ্ডিয়াৰ মুখ্য প্রশিক্ষক গৌতম গম্ভীৰে চাকৰি হেৰুৱাব বুলি ইতিমধ্যে আৰম্ভ হৈছে জল্পনা–কল্পনা৷ সম্প্রতি নিউজিলেণ্ডৰ বিপক্ষে খেলি থকা ৫খনীয়া টি–২০ মেচৰ শৃংখলাটোৰ প্রথম তিনিখন মেচত বিজয়…

কলিয়াবৰত বন্যহস্তীৰ আক্ৰমণত নিহত বনকৰ্মী

ডিজিটেল ডেস্ক, ২৯ জানুৱাৰী : কলিয়াবৰত শোকাৱহ ঘটনা। বন্যহস্তীৰ আক্ৰমণত নিহত হয় এজন বনকৰ্মী। নিহত বনকৰ্মীজন শিলঘাট বন খণ্ডৰ দিলীপ কোঁৱৰ। পুৱতি নিশা চামধৰা গাঁৱত বন্যহস্তী খেদিবলৈ যাওঁতে সংঘটিত হয় এই মৰ্মান্তিক ঘটনা। হাতীৰ আক্ৰমণত গুৰুতৰভাৱে…

আজি অসমলৈ আহিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ

ডিজিটেল ডেস্ক, ২৯ জানুৱাৰী : বিধানসভা নির্বাচনক লক্ষ্য কৰিয়েই পুনৰ আজি অসমত উপস্থিত হ’ব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ৷ আজি ডিব্রুগড়ত উপস্থিত হ’ব লগা কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে ৩০ জানুৱাৰীত ডিব্রুগড়ত অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ আধাৰশিলা…

সম্পাদকীয় : ভাৰত–বাংলাদেশৰ শত্রুতা

খেল আছিল আনন্দৰ বাবে, শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে৷ কিন্তু এতিয়া খেল এক কেৰিয়াৰ৷ খেলৰ জৰিয়তে খেলুৱৈয়ে কেৰিয়াৰ গঢ় দিয়াৰ লগতে খেলে অর্থনৈতিক দিশতো ইতিবাচক প্রভাৱ পেলায়৷ যেনে–পর্যটন বৃদ্ধি, কর্মসংস্থাপন, আন্তঃগাঁথনি উন্নয়ন আৰু প্রচাৰৰ জৰিয়তে…

২৯ জানুৱাৰী : আজিৰ দিনটোৰ ৰাশিফল

আজি ২৯ জানুৱাৰী, মাঘ মাহৰ ১৫ তাৰিখ বৃহস্পতিবাৰ : তিথি–শুক্লা একাদশী, নক্ষত্র : ৰোহিণী, যাত্রা : নাই মেষ : অপ্রত্যাশিতভাৱে ধন লাভৰ যোগ আছে৷ কর্মসূত্রে ভ্রমণৰ যোগ৷ বিবাহ প্রার্থীৰ বিবাহৰ যোগ৷ নতুন উৎসাহজনক খবৰে আনন্দিত কৰিব৷ শুভ ৰং গুলপীয়া৷…

কামৰূপত এঘাৰটা ডকাইতসহ জব্দ কেইবাকোটি টকাৰ সোণ-ৰূপৰ সামগ্ৰী

কামৰূপ জিলাৰ আৰক্ষী অধীক্ষকৰ নিৰ্দেশ মৰ্মে হাজো, দদৰা আৰু শুৱালকুছি থানাৰ আৰক্ষীয়ে কালি এঘাৰগৰাকীকৈ গভাইত ডকাইতক গ্ৰেপ্তাৰ কৰি তেওঁলোকৰ স্বীকাৰোক্তিৰ ভিত্তিত কামৰূপৰ বিভিন্ন স্হানৰ পৰা কেইবা কোটি টকাৰ সোণৰ আৰু ৰূপৰ সামগ্ৰী উদ্ধাৰ কৰিবলৈ…

শুৱালকুছিত দহ কিলোগ্ৰাম ওজনৰ বিৰল প্ৰজাতিৰ কাছ উদ্ধাৰ

বস্ত্ৰনগৰী শুৱালকুছিৰ আৰিমত্ত পুখুৰীৰ সমীপত আজি পুৱা এটা বিৰল প্ৰজাতিৰ কাছ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে ৷ শুৱালকুছি আই বি পথৰ বাসিন্দা অন্নৰাম দাসৰ বাহগৃহৰ পিছফালে উদ্ধাৰ হোৱা কাছটিৰ ওজন প্ৰায় দহ কিলোগ্ৰাম ৷ পিছত…

চামগুৰিৰ সোণাৰিবালিত চোৰাং গৰুভৰ্তি দুখন গাড়ী জব্দ, দুজনক আটক

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ আৰক্ষীয়ে আজি সোণাৰিবালি অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথত চোৰাং গৰুৰ বিৰুদ্ধে অভিযান চলাই ৬৮টাকৈ চোৰাং গৰুসহ দুখন গাড়ী জব্দ কৰাৰ লগতে দুুজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, চামগুৰি আৰক্ষী থানাৰ…

পুনৰ দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ আহিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ

ডিজিটেল ডেস্ক, ২৮ জানুৱাৰী : কাইলৈ পুনৰ দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ আহিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে, ২৯ জানুৱাৰীত দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী…