বিশাখাপট্টনমত আজি ভাৰত-নিউজিলেণ্ডৰ চতুর্থ টি–২০
নিউজ ডেস্ক, ২৮ জানুৱাৰী : ঘৰুৱা দল টীম ইণ্ডিয়া আৰু নিউজিলেণ্ডৰ মাজত পাঁচখনীয়া টি–২০ মেচৰ শৃংখলাটোৰ চতুর্থখন মেচখন আজি বিশাখাপট্টনমত অনুষ্ঠিত হ’ব৷ ইতিমধ্যে প্রথম তিনিখন মেচত জয়লাভ কৰি ৩–০ৰ অগ্রগতিৰে শৃংখলাটো হস্তগত কৰা ভাৰতীয় দলটোৰ বাবে আজিৰ…