নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

আজিৰে পৰা সংসদৰ বাজেট অধিৱেশন, দেওবাৰে দাখিল কৰিব কেন্দ্ৰীয় বাজেট

ডিজিটেল ডেস্ক, ২৮ জানুৱাৰী : সংসদৰ বাজেট অধিৱেশন আজিৰে পৰা অৰ্থাৎ ২৮ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব। এই বাজেট অধিৱেশন দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব। অধিৱেশনৰ প্ৰথম পৰ্যায়ত বুধবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সংসদক সম্বোধন কৰিব। ৰাষ্ট্ৰপতি দ্ৰৌপদী…

টুপামাৰীত আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী ছাদেক আলী

কামৰূপৰ ছমৰীয়া সমষ্টিৰ টুপামাৰী আৰক্ষী চকীৰ অন্তৰ্গত টুপামাৰীত ড্ৰাগছৰ বিৰুদ্ধে নিশা আৰক্ষীৰ এক বৃহৎ অভিযান চলে। অভিযানত বুজন পৰিমাণৰ ড্ৰাগছসহ এজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী । ধৃত ড্ৰাগছ সৰবৰাহকাৰীজন…

মহাৰাষ্ট্ৰৰ বাৰামতীত বিমান দুৰ্ঘটনা, উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যু

ডিজিটেল ডেস্ক, ২৮ জানুৱাৰী : মহাৰাষ্ট্ৰৰ বাৰামতীত ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে। পুৱা ৮.৪৫ বজাত সংঘটিত শোকাৱহ বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰীগৰাকীৰ লগতে আন ছয়গৰাকী লোকৰো মৃত্যু হোৱাৰ সন্দেহ কৰা…

সম্পাদকীয় : দর্শকৰ সন্ধান

এটা সময়ত অসমৰ বিভিন্ন ঠাইত অপেছাদাৰী নাট্যদল আছিল, বিভিন্ন প্রতিযোগিতাত তেওঁলোকে ভাগ লৈছিল, নাট মঞ্চস্থ কৰিছিল৷ কিন্তু এতিয়া সেই ঠাইবোৰত এক অদ্ভুত নিঃস্তব্ধতা দেখা যায়৷ গুৱাহাটীৰ ৰবীন্দ্র ভৱন নাই, অসমৰ বহু ঠাইৰ থিয়েটাৰ হলৰ আসনবোৰ খালী, যেন…

২৮ জানুৱাৰী : আজিৰ দিনটোৰ ৰাশিফল

আজি ২৮ জানুৱাৰী, মাঘ মাহৰ ১৪ তাৰিখ বুধবাৰ : তিথি–শুক্লা দশমী, নক্ষত্র : কৃত্তিকা, যাত্রা : শুভ মেষ : কর্ম বৃদ্ধি পাব৷ চাকৰিৰ ক্ষেত্রত কর্তৃপক্ষৰ লগত মতবিৰোধ হ’ব পাৰে৷ বিদ্যার্থীৰ বাবে শুভ৷ প্রেমত অশুভ৷ শুভ ৰং হালধীয়া৷ বৃষ : সাৱধানে…

মৰিগাঁৱত সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ ৪১সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ ৪১সংখ্যক প্ৰতিষ্ঠা দিৱসটো আজি মৰিগাঁৱত বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হয়। শব্দকল্পৰ উদ্যোগত মৰিগাঁও বিহুতলীত অনুষ্ঠিত হৈ থকা সাহিত্য উৎসৱ আৰু গ্ৰন্থমেলাস্থলীত অনুষ্ঠিত এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এখন…

গোলকগঞ্জত বিজেপি যুৱ মৰ্চাৰ সমষ্টিভিত্তিক যুৱ বুথ বাহিনী সন্মিলন

বিধানসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ধুবুৰীত বিজেপিৰ ব্যাপক সাংগঠনিক তৎপৰতা আৰম্ভ হোৱাৰ অনুৰূপে তৎপৰতা আৰম্ভ হৈছে ভাৰতীয় জনতা যুৱ মৰ্চাৰো। তাৰেই অংশ ৰূপে আজি ধুবুৰী জিলাৰ গোলকগঞ্জ বিধানসভা সমষ্টিৰ অন্তৰ্গত বিৰাট নগৰ ছিনিয়ৰ ছেকেণ্ডাৰী…

বৰপেটাৰ ৰহমপুৰত ব্ৰহ্মপুত্ৰৰ বুকুত ভয়ংকৰ নাও দুৰ্ঘটনা, ৬জন সন্ধানহীন

বিশেষ বাৰ্তা, ২৭ জানুৱাৰী : বৰপেটাৰ ৰহমপুৰত ব্ৰহ্মপুত্ৰৰ বুকুত এক ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হয়। চেঙা সমষ্টিৰ ৰহমপুৰ অঞ্চলত ব্ৰহ্মপুত্ৰ নদীত এখন মটৰচালিত দেশী নাও দুৰ্ঘটনাগ্ৰস্ত হৈ উলটি পৰাত কমেও ৬ জন লোক নিখোজ হৈ আছে। জানিব পৰা মতে,…

ভৱানীপুৰৰ বাংলীপাৰাত নকল সোণৰ মূৰ্তিসহ সৰবৰাহকাৰী আটক

ভৱানীপুৰ আৰক্ষী চকীৰ অন্তৰ্গত বাংলীপাৰাত কালি এটা নকল সোণৰ মূৰ্তি আৰক্ষীয়ে জব্দ কৰাৰ লগতে এগৰাকী নকল সোণ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে।  জানিব পৰা মতে, ভৱানীপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মানস প্ৰতিম কুমাৰে গোপন সূত্ৰৰ তথ্যৰ…