নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

জন্মদাত্ৰী মাতৃক নৃশংস হত্যা কন্যাৰ! নাগড়াত ব্যাপক চাঞ্চল্য

শ্ৰীভূমি জিলাৰ বাজাৰীছড়া থানাৰ নাগড়া অঞ্চলত এক হৃদয়বিদাৰক ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। এগৰাকী কন্যাই দাৰে ঘপিয়াই নিজৰ জন্মদাত্ৰী মাতৃক নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ উঠিছে। জনা মতে, প্ৰায় দুবছৰ পূৰ্বে পৰিয়ালৰ পিতৃ ছফিকুৰ…

গৌতম গম্ভীৰৰ ওপৰতে আস্থা বিচিচিআইৰ

এদিন পূর্বে গৌতম গম্ভীৰক ভাৰতীয় টেষ্ট দলৰ প্রশিক্ষক পদৰ পৰা অপসাৰণৰ গুণাগঁথা চলিছিল৷ ইয়াৰ মাজতে চর্চা হৈছিল প্রাক্তন ক্রিকেটাৰ ভিভিএছ লক্ষ্মণৰ নাম৷ কিন্তু শেহতীয়াভাৱে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে বর্তমানৰ প্রশিক্ষক গৌতম গম্ভীৰৰ ওপৰতে…

নলবাৰীত আৰম্ভ প্ৰসন্ন নাৰায়ণ চৌধুৰী সদৌ অসম একাংক নাট প্ৰতিযোগিতা

মাধ্যম আন্দোলন নহলে অসমীয়া ভাষা আমি মাধ্যম হিচাপে নাপালোহৈ বুলি মন্তব্য কৰি কয় নাটক অকল মনোৰঞ্জনৰ মাধ্যম নহয়,নাটকে জাতিক জাগ্ৰত কৰিব পাৰে। এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাৰ। নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তিনিদিনীয়া…

জালুকবাৰী সমষ্টিৰ মেধাৱী শিক্ষার্থীক সম্বর্ধনা–বৃত্তি প্রদান মুখ্যমন্ত্ৰীৰ

ছাত্র–ছাত্রীসকলৰ মাজত জ্ঞান অন্বেষণৰ স্পৃহা বৃদ্ধি তথা প্রতিযোগিতামূলক মানসিকতাৰ বিকাশ আৰু উদ্গনি প্রদানৰ উদ্দেশ্যে ২০০২ চনৰ পৰা উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীর্ণ হোৱা ৩৭নং জালুকবাৰী বিধানসভা সমষ্টিৰ মেধাৱী…

বুনিয়াদৰ উদ্যোগত ইটাখোলাত সুধাকণ্ঠৰ জন্মশতবৰ্ষৰ সামৰণী অনুষ্ঠান 

বৃহত্তৰ ইটাখোলাৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান বুনিয়াদৰ উদ্যোগত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ সামৰণী অনুষ্ঠান ইটাখোলাস্থিত ১নং ইটাখোলা প্ৰাথমিক বিদ্যালয় প্ৰাংগনত দিনযোৰা কাৰ্য্যসূচীৰ অনুষ্ঠিত হয়। সামৰণী অনুষ্ঠানটি আৰম্ভ হোৱাৰ…

জু-জিৎসু চেম্পিয়নশ্বিপ : তৃতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ অসম দলৰ

উত্তৰাখণ্ডৰ হালদ্বানি চহৰৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় জু-জিৎসু চেম্পিয়নশ্বিপত ২৮টা সোণ , ২৭টা ৰূপ আৰু ২৭ টা ব্ৰঞ্জৰে সৰ্বমুঠ ৮২ টা পদকেৰে অসম দলে তৃতীয় শ্ৰেষ্ঠ দলৰ খিতাপ অৰ্জন কৰে। দেশৰ ভিন্ন প্ৰান্তৰ…

পশ্চিম ভাৰতত বৃহৎ ভূঁইকঁপৰ আশংকা, গুজৰাটত ৩০ ঘণ্টাত ২৪টাকৈ জোকাৰণি

নিউজ ডেস্ক, ২৯ ডিচেম্বৰ : যোৱা শুকুৰবাৰে ৪.৬ মাত্রাৰ ভূঁইকঁপৰ জোকাৰণি অনুভূত হয় গুজৰাটৰ কচ্ছত৷ এই জোকাৰণিৰ ফলত কোনোধৰণৰ ক্ষয়–ক্ষতি হোৱাৰ বাতৰি পোৱা নাই যদিও এই জোকাৰণিয়ে পুনৰ মনত পেলাই দিয়ে ২৪ বছৰ পুৰণি সেই পৰিঘটনাক৷ এই পৰিঘটনাত তচনচ হৈ…

অৰণ্য মানৱৰ মুলাই অৰণ্যত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ

অৰণ্য মানৱ যাদৱ পায়েঙে গঢ়ি তোলা মুলাই অৰন্যত কোনো দুষ্কৃতিকাৰীয়ে গছপুলি নাৰ্চাৰী এখনত অগ্নিসংযোগ কৰে৷ অতি পৰিতাপৰ বিষয় যে গছ গছনি ৰোপন কৰি ২০১২ চনত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ “স্কুল অফ এনভায়ামান্ট চায়েঞ্চ’’ বিভাগে যাদৱ পায়েঙলৈ ফৰেষ্ট মেন…

বিশেষ লেখা : বটদ্ৰৱা প্ৰকল্প আৰু জাতীয় অস্তিত্ব ৰক্ষাৰ সংকল্প

ড° হিমন্ত বিশ্ব শর্মা বৰদোৱা! এই শব্দটোৰ সৈতে অসম আৰু অসমীয়াৰ এক আত্মিক তথা আবেগিক সম্পর্ক আছে। এই পবিত্র ভূমি হৈছে আমাৰ জাতীয় জীৱনৰ মহানায়ক মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মস্থান। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ এনে এগৰাকী যুগপুৰুষ যি…

দেশৰ আটাইতকৈ দ্রুত বিকশিত ৰাজ্য অসম, ভাৰতীয় ৰিজার্ভ বেংকৰ প্রতিবেদনত ইতিবাচক তথ্য

নিউজ ডেস্ক, ২৯ ডিচেম্বৰ : অর্থনীতিৰ বিকাশত ঈপ্সিত লক্ষ্যৰ দিশে অগ্রসৰ হৈছে অসম৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত ৰাজ্যখনৰ অর্থনীতিয়ে এক নতুন মাত্রা লাভ কৰিছে৷ ইয়াৰ ফলাফল পৰিস্ফুট হৈছে ভাৰতীয় ৰিজার্ভ বেংকৰ শেহতীয়া প্রতিবেদনৰ…