নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ছিংগাপুৰে যি কাম কৰিব নোৱাৰিলে অসমে সেই কাম কৰি দেখুৱালে : মুখ্যমন্ত্ৰী

ডিজিটেল ডেস্ক, ১৬ জানুৱাৰী : প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুক ছিংগাপুৰে স্বাভাৱিক বুলি কোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ছিংগাপুৰৰ তদন্তক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে…

স্বামীৰ আয়ৰ ২৫ শতাংশ স্ত্রীৰ আইনসিদ্ধ অধিকাৰ

নিউজ ডেস্ক, ১৬ জানুৱাৰী : বিচ্ছেদৰ পিছত স্ত্রীক ভৰণ-পোষণ দিয়াটো স্বামীৰ নৈতিক আৰু আইনগত দায়িত্ব৷ এয়া কোনো দান–দক্ষিণা নহয়৷ এটা ভৰণ–পোষণ সম্পর্কীয় গোচৰত এইদৰে স্পষ্টকৈ জনাই দিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে৷ ন্যায়ালয়ৰ পর্যবেক্ষণ যে স্বামীৰ মুঠ…

ভোগালীৰ আনন্দত দুখৰ খবৰ : ৰাজ্যজুৰি পথ দুৰ্ঘটনাত দুই ভগ্নীসহ নিহত ৭

ভোগালী বিহুৰ মাজতে অসমৰ বিভিন্ন স্থানত সংঘটিত একাধিক ভয়ংকৰ পথ দুৰ্ঘটনাই ৰাজ্যজুৰি শোকৰ ছাঁ পেলাইছে। মুঠ চাৰিটা পৃথক দুৰ্ঘটনাত দুই নাবালিকা ভগ্নীসহ কমেও ৭জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো গুৰুতৰভাৱে আহত হয়। এই দুৰ্ঘটনাকেইটা মৰিগাঁও, ৰঙিয়া,…

প্ৰধানমন্ত্ৰীৰ আগমনক লৈ গুৱাহাটী-কলিয়াবৰত ব্যাপক প্ৰস্তুতি

শনিবাৰে দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৰাজ্য ভ্ৰমণৰ প্ৰথম দিনাই গুৱাহাটীৰ সৰুসজাইস্থিত অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ’ব এক বৰ্ণিল বাগৰুম্বা নৃত্য অনুষ্ঠান। অসমৰ পৰম্পৰাগত লোকনৃত্য বাগৰুম্বাৰ…

শংকৰদেৱ সংঘৰ ৯৫সংখ্যক বাৰ্ষিক অধিৱেশনলৈ মাজত মাত্ৰ ২০টা দিন বাকী

জামুগুৰিহাটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনলৈ মাজত মাত্ৰ ২০টা দিন বাকী ৷ এমাহৰো অধিককাল ভকতসকলে দিনে-নিশাই কৰা পৰিশ্ৰমৰ অন্তত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫সংখ্যক বাৰ্ষিক অধিৱশনস্থলী জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত…

বিশ্ব ৰেংকিঙত চমকপ্রদ অগ্রগতি লাভ ভাৰতীয় পাৰপত্রৰ

নিউজ ডেস্ক, ১৬ জানুৱাৰী : ভাৰতীয় পাৰপত্রৰ মান শেহতীয়াকৈ যথেষ্ট উন্নতি হোৱাৰ তথ্য প্রকাশ পাইছে৷ বিশ্বৰ শক্তিশালী পাৰপত্রৰ তালিকাত দেখা গৈছে এই অগ্রগতি৷ যোৱা বছৰৰ তুলনাত একেবাৰে পাঁচ ঢাপ উন্নতি হয় ভাৰতীয় পাৰপত্রৰ৷ শেহতীয়াকৈ প্রকাশিত এখন…

ট্ৰাম্পলৈ ন’বেল বঁটা উপহাৰ, বিশ্ব ৰাজনীতিত নতুন চৰ্চা

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পলৈ শান্তিৰ ন'বেল বঁটা উপহাৰ দিয়াৰ ঘটনাই বিশ্বজুৰি তীব্ৰ চৰ্চাৰ জন্ম দিছে। ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী তথা শান্তিৰ ন'বেল বঁটা প্ৰাপক মাৰিয়া ক’ৰিনা মাচাডোৱে হোৱাইট হাউছত অনুষ্ঠিত এক বৈঠকৰ অন্তত…

সৰপাৰা ৰাইজ গয়ৰহৰ উদ্যোগত আশী বছৰ ঊৰ্ধ্বৰ জ্যেষ্ঠজনলৈ সেৱা-সন্মান অনুষ্ঠান

পলাশবাৰীৰ সৰপাৰা ৰাইজ গয়ৰহৰ উদ্যোগত পহিলা মাঘত পৰম্পৰাগতভাৱে এক ব্যতিক্রমী কাৰ্যসূচী জ্যেষ্ঠজনলৈ সেৱা-সন্মান অনুষ্ঠান অনুষ্ঠিত হয়। দক্ষিণ কামৰূপৰ লগতে সৰপাৰা গাঁওখনলৈ বিভিন্ন দিশত অৰিহণা যোগোৱা ৮০ বছৰ ঊৰ্ধ্বৰ ১২গৰাকী পুৰুষ-মহিলাক এই…

সূৰ্যকুমাৰক লৈ বিস্ফোৰক দাবী, খুচী মুখাৰ্জীৰ বিৰুদ্ধে ১০০ কোটি টকাৰ মানহানি গোচৰ

ভাৰতীয় ক্ৰিকেট দলৰ টি-২০ অধিনায়ক সূৰ্যকুমাৰ যাদৱক লৈ দিয়া এটা বক্তব্য এতিয়া অভিনেত্ৰী খুচী মুখাৰ্জীৰ বাবে ডাঙৰ সমস্যাৰ কাৰণ হৈ পৰিছে। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা তেওঁৰ এটা সাক্ষাৎকাৰৰ পাছতে এই বিষয়টো এতিয়া আইনী যুঁজৰ ৰূপ লৈছে।…

শিৱসাগৰত সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ পূৰ্ণাংগ নাট ‘ৰাজপথৰ বেশ্যা’ মঞ্চস্থ

শিৱসাগৰৰ হিন্দু ধৰ্মসভা নামঘৰ প্ৰেক্ষাগৃহত সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰু অসম নাট্য সন্মিলনৰ শিৱসাগৰ শাখাৰ সৌজন্যত অসমৰ যশস্বী গল্পকাৰ-নাট্যকাৰ স্বৰ্গীয় শান্তনু বৰুৱাৰ অনবদ্য সৃষ্টি “ৰাজপথৰ বেশ্যা” নাটকখন সফলভাৱে মঞ্চস্থ হৈ যায়।…