দেৱব্ৰত শইকীয়া-প্ৰদ্যুৎ বৰদলৈৰ প্ৰতি ক্ষোভ কংগ্ৰেছত ‘দুদিনৰ আলহী’ ৰেজাউলৰ
কংগ্ৰেছত বিজেপিৰ এজেণ্ট আছে৷ দেৱব্ৰত শইকীয়াই মুখ্যমন্ত্ৰীৰ শ্ৰুতলিপি মতে কথা কয়৷ সাংসদ প্ৰদ্যুত বৰদলৈ দালাল৷ এই অভিযোগ কংগ্ৰেছৰ দুদিনৰ আলহী ৰেজাউল কৰিম সৰকাৰৰ৷
কংগ্ৰেছ ত্যাগ কৰি কালি বঙাইগাঁও জিলাৰ লেংটিচিঙাত উপস্থিত হৈ ৰেজাউল কৰিম সৰকাৰে…