আজিৰ দিনটোৰ ৰাশিফল
আজি ১৬ জানুৱাৰী, মাঘ মাহৰ ২ তাৰিখ
শুকুৰবাৰ : তিথি–কৃষ্ণা ত্রয়োদশী, নক্ষত্র : মূলা, যাত্রা : শুভ
মেষ : অবাঞ্ছিত লোকৰ পৰা সতর্ক থাকক৷ কিন্তু সামগ্রিকভাৱে দিনটো ভালদৰে পাৰ হ’ব৷ শুভ বর্ণ ক’লা৷ ক’লা ৰঙৰ পোছাক পিন্ধিব৷ যাত্রা কৰিব পাৰে৷ শুভ…