গৰৈমাৰীত বালিভৰ্তি ডাম্পাৰ চলাচল বন্ধৰ দাবী, জিলা আয়ুক্তক স্মাৰক-পত্ৰ
ছমৰীয়া সমষ্টিৰ অন্তৰ্গত গৰৈমাৰীত অবৈধভাৱে ব্ৰহ্মপুত্ৰৰ বালি খনন কাৰ্যৰ লগতে ডাম্পাৰৰ চলাচল বন্ধৰ দাবীত আজি প্ৰেছ ক্লাব, আছু, আমছুৱে দাবী উত্থাপন কৰিছে৷ উল্লেখ্য যে পশ্চিম কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী কাৰ্যালয়ৰ অন্তৰ্গত জাহিৰপুৰ, বৰভিঠা আৰু…