নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শিমলীতোলা নয়াপাৰাত ভোগালী মহোৎসৱ

গোৱালপাৰা জিলাৰ শিমলীতোলা নয়াপাৰা যুৱক সংঘৰ সৌজন্যত শিমলীতোলা অঞ্চলবাসী ৰাইজৰ সহযোগত কাইলৈৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চতুৰ্থ বাৰ্ষিক ভোগালী মহোৎসৱ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি চলোৱা হৈছে। কাৰ্যসূচী অনুসৰি ১৩…

গৰৈমাৰীৰ বৰভিঠাত নিশা পাঁচজনীয়া পৰিয়াললৈ নামি আহিল কাল অমানিশা…

দক্ষিণ কামৰূপৰ গৰৈমাৰীত সংঘটিত হৈছে এক মৰ্মান্তিক দুৰ্ঘটনা। নিশা গভীৰ টোপনিৰ মাজতে এটা পৰিয়াললৈ নামি আহিল ঘোৰ অমানিশা। অবৈধ বালি কঢ়িওৱা ডাম্পাৰৰ তলত পৰি নিহত হয় মাতৃ আৰু কণমানি। উল্লেখ্য যে দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ বৰভিঠাৰ হাচেন আলীৰ ঘৰৰ…

বৰপেটাৰোডৰ বৰ্মনপাৰাত পুত্ৰৰ প্ৰহাৰত পিতৃৰ মৃত্যু

বৰপেটাৰোডৰ বৰ্মনপাৰাত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। পুত্ৰৰ প্ৰহাৰত মৃত্যু হয় পিতৃৰ। মৃত পিতৃক ঘৰৰ ভিতৰতে তলা মাৰি থৈ পলায়ন কৰে নৰাধম পুত্ৰই। পিতৃ হত্যাকাৰী পলাতক পুত্ৰৰ নাম প্ৰীতম সান্যাল । মৃত ব্যক্তিজনৰ নাম পুতুল সান্যাল । মৃত পুতুল…

২.১৫ কোটি টন চাউল ৰপ্তানিৰে বিশ্বৰ শীর্ষত ভাৰত

নিউজ ডেস্ক, ১২ জানুৱাৰী : কৃষিয়ে ভাৰতীয় অর্থনীতিত বিশেষ স্থান লাভ কৰাই নহয়, শেহতীয়াকৈ চাউল উৎপাদনৰ ক্ষেত্রত অভিলেখ স্থাপন কৰি চাউল ৰপ্তানিৰ ক্ষেত্রতো অভিলেখ গঢ়িছে ভাৰতে৷ বাছমতিয়েই হওক বা উখোৱা চাউলেই হওক, যোৱা বছৰটোত বিশ্বৰ বিভিন্ন…

সম্পাদকীয় : দম্ভালি বনাম টিলিকি

শঠা মিতিৰালিক মানি লোৱাটো মূর্খামি আৰু ক্ষতিকাৰকো৷ স্বাভিমান থকা কোনোৱেই অৱদমিত কৰিব খোজা কোনো মিত্রতাৰ চর্তক মানি ল’ব নোৱাৰে৷ এয়া সকলো খামিডাঠ ব্যক্তিৰ ক্ষেত্রত যিদৰে সঁচা, তেনেদৰে মূৰ তুলি চলি থাকিব খোজা যিকোনো আত্মপ্রত্যয়ী ৰাষ্ট্রৰ বাবেও…

১২ জানুৱাৰী : আজিৰ দিনটোৰ ৰাশিফল

আজি ১২ জানুৱাৰী, পুহ মাহৰ ২৭ তাৰিখ, সোমবাৰ মেষ : নতুন কোনো শুভ সংবাদ আহিব পাৰে৷ বন্ধুবর্গৰ পৰা উৎসাহ পাব৷ আর্থিক লাভ৷ মনৰ শান্তি পাব৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৬৷ বৃষ : কর্মত উদাৰতা থাকিব৷ আর্থিক সম্পদ লাভ৷ প্রেমত মধ্যম৷ বন্ধুৰ পৰা উপকৃত…

পদূলিমুখত ভোগালী… মাজুলীত ঢেঁকীৰ শব্দত ৰজনজনাইছে প্ৰতিটো চুবুৰি

ভোগৰ ভোগজৰা লৈ অসমীয়াৰ পদূলিমুখ পালেহি মাঘ বিহু৷ অসমীয়াৰ বাপতিসাহোন ভোগালী তথা মাঘ বিহুক আদৰাৰ বাবে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ব্যাপক প্ৰস্তুতি চলাৰ সমান্তৰালকৈ দ্বীপজিলা মাজুলীৰ গাঁওসমূহৰ লগতে ঐতিহ্য বহন কৰা সত্ৰসমূহতো চলিছে ভোগালীক আদৰাৰ…

অৰণ্য মানৱ যাদৱ পায়েঙলৈ ২০২৫ বৰ্ষৰ ‘ডুগডুগী অসম বঁটা’

অৰণ্য মানৱ যাদৱ পায়েঙলৈ আগবঢ়োৱা হৈছে ২০২৫ বৰ্ষৰ ডুগডুগী অসম বঁটা। অসমীয়া সোণৰ গহনাৰ অন্যতম বেণ্ড ডুগডুগীৰ স্বত্বাধিকাৰী উৎপল বণিয়াই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি, প্ৰতিবছৰে ডুগডুগী ফাউণ্ডেচনৰ পৰা অসমৰ সাহিত্য, সাংস্কৃতিক,…

ডা: জয়ন্ত কুমাৰ চমুৱালৈ ‘এছ’চিয়েট ফেল’শ্বিপ অৱ দ্য একাডেমী’ সন্মান

পশু চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত বিভিন্নধৰণৰ গৱেষণামূলক আৱিষ্কাৰেৰে বৰ্তমান নাগালেণ্ডৰ ৰাষ্ট্ৰীয় মেথোন গৱেষণা কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী হিচাপে কৰ্মৰত ঢকুৱাখনা সু-সন্তান ডা: জয়ন্ত কুমাৰ চমুৱাই ৰাষ্ট্ৰীয় পশু চিকিৎসা বিজ্ঞান একাডেমীৰ সন্মানীয়…

বগীনদীত ভয়ংকৰ পথ দুৰ্ঘটনাত তিনি চফল যুৱকৰ প্ৰাণহানি

বন্ধুৰ বাৰ্থডে' পাৰ্টীলৈ গৈ ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ শোকাৱহভাৱে মৃত্যু হৈছে বগীনদীৰ তিনি চফল যুৱকৰ। বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত বগীনদী ভেটেৰনেৰীৰ সমীপৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত কালি নিশা প্ৰায় ৮ বজাত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।…