আজিৰে পৰা হালাকুৰা উচ্চতৰ মাধ্যমিকৰ মহাৰজত জয়ন্তী
আজিৰ পৰা তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে আৰম্ভ হৈছে ধুবুৰী জিলাৰ গোলকগঞ্জ বিধানসভা সমষ্টিৰ আগশাৰীৰ শিক্ষানুষ্ঠান হালাকুৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী অনুষ্ঠান। কাৰ্যসূচী অনুসৰি, আজি পুৱা মহাৰজত জয়ন্তীৰ মুখ্য তোৰণ উদ্বোধনেৰে…