এইবাৰ হাইলাকান্দি… জাননী পাই ঘৰ খালী কৰিবলৈ আৰম্ভ বেদখলকাৰীৰ
হাইলাকান্দি জিলাৰ ঘৰমুড়া ৰিজাৰ্ভ ফৰেষ্টৰ অন্তৰ্গত দামছড়া এলেকাত অবৈধভাৱে বসবাস কৰা লোকসকলক উচ্ছেদ কৰাৰ বাবে প্ৰশাসনে ডাঙৰ প্ৰস্তুতি আৰম্ভ কৰিছে। প্ৰশাসনৰ মতে, অহা ১৬ জানুৱাৰীত উচ্ছেদ অভিযান চলোৱা হ’ব আৰু ১৪ জানুৱাৰীৰ পৰা প্ৰস্তুতি আৰম্ভ…