নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

কোনো গুৰুত্বপূৰ্ণ বিষয়ে স্থান নাপালে বিৰোধী ঐক্যৰ সভাত

বুধবাৰে অনুষ্ঠিত ৰাজ্যৰ বিৰোধী দলসমূহৰ ঐক্যসভা সম্পূৰ্ণভাৱে “চাহ-ভাত খাই বিয়াৰ কথা পতাৰ সভা” বুলি অভিহিত কৰিলে ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকাই। সংবাদ মাধ্যমৰ সৈতে কথা পাতি মন্ত্ৰী হাজৰিকাই কয় — “মই শুনামতে, তেওঁলোকৰ ঐক্য সভাত কোনো ছিৰিয়াছ…

দিল্লীৰ বিস্ফোৰণৰ পিছত সামাজিক মাধ্যমত আপত্তিজনক পোষ্ট  দি গ্ৰেপ্তাৰ লখিমপুৰৰ দুই যুৱক

বিশেষ বাৰ্তা, ১৩ নৱেম্বৰ : যোৱা দহ নৱেম্বৰৰ সন্ধিয়া দিল্লীৰ লালকিল্লাৰ সমীপত মেট্ৰ' ষ্টেচনৰ দাঁতিত সংঘটিত বোমা বিস্ফোৰণৰ ঘটনাই সমগ্র দেশক জোকাৰি গৈছে। এই ঘটনাই সতৰ্ক কৰি তুলিছে দেশৰ প্ৰতিখন ৰাজ্যক। ঘটনাটোক সকলোৱে গৰিহণা দি এনে নিকৃষ্ট…

শ্ৰদ্ধাঞ্জলি আঁচনিৰ জৰিয়তে বহিঃৰাজ্যৰ পৰা অসম পালেহি জাগীৰোডৰ যুৱকৰ নিথৰ দেহ

নিয়মীয়া বাৰ্তা, জাগীৰোড, ১৩ নৱেম্বৰ : কৰ্মসংস্থাপন বিচাৰি কেৰালালৈ গৈ থকা অৱস্থাতে মৃত্যু হোৱা জাগীৰোডৰ যুৱকৰ মৃতদেহ ''শ্ৰদ্ধাঞ্জলি আঁচনি''ৰ জৰিয়তে বহিঃৰাজ্যৰ পৰা কালি নিশা অসমলৈ অনা হয়। কেৰালালৈ ৰে'লেৰে গৈ থকাৰ সময়তে ওড়িশাত ৰে'লপথত ৯…

দিল্লীৰ বোমা বিস্ফোৰণকাৰীক সমৰ্থন : কংগ্ৰেছী বিধায়কৰ আত্মীয়ক আটক

দিল্লী বিস্ফোৰণত জড়িত জেহাদী সমৰ্থনকাৰীৰ বিৰুদ্ধে অভিযান চলাইছে বৰপেটাৰোড আৰক্ষীয়ে। অভিযানত বৰপেটাৰোডত এজন জেহাদী সমৰ্থনকাৰীক গ্ৰেপ্তাৰ কৰে বৰপেটাৰোড আৰক্ষীয়ে। জেহাদী সমৰ্থনকাৰীজনৰ নাম ৰকিবুল চুলতান ৷ বৰপেটাৰ কংগ্ৰেছ বিধায়ক আব্দুৰ ৰহিম…

গৌৰৱ গগৈৰ পৰিয়ালে পাকিস্তানী ISI এজেণ্টৰ দৰে কাম কৰি আহিছে

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গৌৰৱ গগৈৰ পৰিয়ালৰ ওপৰত তীব্ৰ আক্রমণ কৰিছে। মুখ্যমন্ত্ৰীয়ে কয়- “গৌৰৱ গগৈৰ সমগ্ৰ পৰিয়ালটোৱে পাকিস্তানী ISIৰ এজেন্টৰ দৰে কাম কৰি আহিছে।” তেওঁ লগতে কয় যে গৌৰৱ গগৈৰ পত্নী বেছি গাঢ় এজেণ্ট, সেই হিচাপত…

৩ গগৈৰ ৰাজনীতি যদি তলে-তলে, আমাৰ ৰাজনীতি ওপৰে-ওপৰে

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পুনৰ ৩ গগৈক তীব্ৰ প্ৰত্যাক্ৰমণ কৰিছে। তেওঁ কয়— “নিৰ্বাচনত কোনো Contest এ নহয়, ওচৰলৈকে নাহে।”  মুখ্যমন্ত্ৰীয়ে পুনৰ কয়— “যোৱা নিৰ্বাচনত এজন গগৈ হাৰিল, বাকী গগৈসকলো হাৰি থাকিব। কিন্তু আমাৰ গগৈসকল জিকি…

বিজেপি নাথাকিলে অসমখন লৈ ল’ব মিঞাই : মুখ্যমন্ত্ৰী

আজি গহপুৰত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে “বিজেপি নাথাকিলে দিছপুৰৰ পৰা আৰম্ভ কৰি গোটেই অসমখন মিঞাই লৈ ল'ব।” তেওঁ লগতে তিনিজন গগৈৰ নাম উলিয়াই কৈছে— “৩ গগৈ হৈছে মিঞাৰ আটাইতকৈ ডাঙৰ সমৰ্থক।” লগতে তেওঁ কয়— “বিজেপিক অভিশাপ দিয়াসকল নিজেই অনুতপ্ত…

IPL-2026ৰ নিলামৰ উন্মাদনা : ১৫ নৱেম্বৰত প্ৰকাশ পাব ৰিটেনচন তালিকা

ভাৰত তথা বিশ্বজুৰি থকা ক্রিকেট অনুৰাগীৰ বাবে সুখবৰ— আইপিএল ২০২৬ৰ ৰিটেনচন তালিকা অহা শনিবাৰে, ১৫ নভেম্বৰত প্ৰকাশ পাব। তাৰ পিছতেই স্পষ্ট হ’ব, কোন খেলুৱৈক ৰিলিজ কৰা হ’ল আৰু কোনৰ ওপৰত নিলামত বিডিং হ’ব। আইপিএল ২০২৬ৰ নিলাম ক’ত হ’ব?…

লখিমপুৰত জুবিন গাৰ্গৰ সোঁৱৰণত এখন বিনামূলীয়া গ্ৰন্থমেলা…

বিশেষ বাৰ্তা, লখিমপুৰ, ১৩ নৱেম্বৰ : শুনিবলৈ আচৰিত যেন লাগিলেও সঁচা। গ্ৰন্থমেলাৰ পৰা এটকাও নিদিয়াকৈ লৈ যাব পাৰিব এখন গ্ৰন্থ। যিকোনো মূল্যৰ বা যিকোনো আকাৰৰ এখন গ্ৰন্থ বিনামূলীয়াকৈ লৈ যাব পাৰিব। ছাত্র-ছাত্রী বা পঢুৱৈ- সকলোৱে গ্ৰন্থমেলাখনৰ…

সুকন্যা : ডাউন টাউন বিশ্ববিদ্যালয়ৰ ডীন অৱ ষ্টাডিজ বন্দনা দত্তৰে সাক্ষাৎকাৰ

সাক্ষাৎগ্রহণঃ কুমুদ তালুকদাৰ ফোনঃ ৮৬৩৮৪–১৪৯৫৪ আপোনাৰ জন্ম হৈছিল নলবাৰী জিলাৰ এটি অভিজাত আৰু সংস্কৃতিৱান পৰিয়ালত৷ আপোনাৰ জীৱনত নিশ্চিতভাৱে শৈশৱৰ যথেষ্ট প্রভাৱ আছে৷ আপোনাৰ শৈশৱৰ বিষয়ে কিছু কথা কওকচোন৷ মোৰ জন্ম হৈছিল পুৰণি কামৰূপ আৰু…