লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰীৰে অপকৰ্মৰ চেষ্টা, গ্ৰেপ্তাৰ সহপাঠী বিহাৰৰ যুৱক
বিশেষ বাৰ্তা, লখিমপুৰ, ১৩ নৱেম্বৰ : লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা বিজ্ঞানত অধ্যয়নৰত এগৰাকী ছাত্ৰীৰে অপকৰ্ম চলোৱাৰ অপচেষ্টাৰ অভিযোগত মহাবিদ্যালয়খনতে অধ্যয়নৰত এজন ছাত্ৰক লীলাবাৰী আৰক্ষীয়ে আটক কৰে। যুৱকজনৰ ঘৰ বিহাৰত বুলি জানিব পৰা…