ৰাঘপুৰ সমষ্টিত পিছ পৰিল তেজস্বী যাদৱ
বিহাৰৰ বৈশালী জিলাৰ ৰাঘপুৰ আসনখনত অদ্ভুত চমক।
মহাগোটবন্ধনৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তেজস্বী যাদৱ এই মুহূৰ্তত পিছপৰি আছে।
নিৰ্বাচন আয়োগৰ শেহতীয়া তথ্য অনুসৰি বিজেপিৰ সতীশ কুমাৰ এই মুহূর্তত আগবাঢ়ি আছে, আৰু আৰজেডিৰ তেজস্বী যাদৱ প্ৰায় ১,২৭৩…